Breaking

Browsing Category

জীৱনশৈলী

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত আজি বাক্সাৰ মুছলপুৰত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এই ধৰ্ণা কাৰ্যসূচীত ভাগ লৈ আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক
Read More...

গোলাঘাটৰ ধূবি চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড

গোলাঘাটৰ ধূবি চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাত জাহ গল ২০ তাতকৈ অধিক বাসগৃহ । দুৱৰা ফাৰ্ণিচাৰ নামৰ ব্যৱসায়িক কাঠৰ গুদামৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। দুটাকৈ চিলেণ্ডাৰ বিস্ফোৰণ ঘটে অগ্নিকাণ্ডত । ঘটনাস্থলীত পলমকৈ
Read More...

বঙাইগাঁৱত অবৈধ জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান 

বিভিন্ন উৎসৱ পাৰ্বনৰ অচিলা লৈ বঙাইগাঁও জিলাত ব্যাপকভাৱে চলি অহা জুৱা খেলৰ বিৰুদ্ধে শেহতীয়াভাৱে বঙাইগাঁও জিলা আৰক্ষীয়ে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে ৷ এই অবৈধ জুৱা খেল বন্ধ কৰাৰ বাবে আৰম্ভ কৰিছে অভিযান ৷ আজি বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চিৰাং
Read More...

ফ্ৰিজত ৰখা খাদ্যই আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে

ফ্ৰিজৰ সামগ্ৰী কিমান ঘণ্টাৰ বাবে সুৰক্ষিত জানি লওঁক :গৰম অহাৰ লগে লগে ফ্ৰিজৰ অৱস্থা বেয়া হৈ পৰে। যিকোনো খাদ্য বাকী থাকিলেও, গৰমত নষ্ট নহ'ব বুলি ভয়ত ইয়াক সোনকালে ফ্ৰিজত ৰখা হয়। বেছিভাগ মানুহে কাম কৰি থকা ঘৰটোত, পৰিস্থিতি আৰু বেয়া। মেলি
Read More...

বিশ্বনাথত ৪৫ বছৰ বয়সৰ শিক্ষাৰ্থী অৱতীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত

বিশ্বনাথ চাৰিআলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ইয়াৰে এগৰাকী হ'ল বিশ্বনাথ ঘাটৰ গড়ভীতৰ গাওঁৰ শিক্ষক আলতাফ হুছেইনৰ পত্নী বুলবুলি খাতুন।বুলবুলি খাতুনে ৪৫ বছৰ বয়সত বিশ্বনাথ হাইস্কুল কেন্দ্ৰত
Read More...

নগাঁৱৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰত অনিয়মৰ অভিযোগ

আজিৰে পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ কে'বাটাও পৰীক্ষা কেন্দ্ৰত ব্যাপক অনিয়ম আৰু খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আজি অনুষ্ঠিত প্ৰথম দিনাৰ পৰীক্ষাত নগাঁও  চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ
Read More...

দক্ষসকলৰ বাবে উপযুক্ত মঞ্চ হুনাৰ হাট

হুনাৰ হাটে দেশৰ দক্ষ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকলক উৎসাহিত কৰি আহিছে। তেওঁলোকৰ কলাক এখন মঞ্চ দিয়াৰ উপৰিও, কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে হুনাৰ হাটৰ জৰিয়তে তেওঁলোকক সন্মান জনোৱাৰ বাবেও কাম কৰি আছে। যি সকলৰ মাজত প্ৰতিভা লুকাই
Read More...

মটৰ বাইক-স্কুটি কিনোতে সাৱধান !

মটৰ বাইক-স্কুতি কিনোতে সাৱধান স্কুটি ক্ৰয় কৰি  প্ৰবঞ্ছনাৰ সন্মুখীন হৈছে টীয়ক ৰজাবাৰীৰ যুৱক । যি সময়ত ৰাজ্যৰ যান-বাহন আইন কঠোৰ কৰি জৰিমনা বিহিছে প্ৰশাসনে ঠিক সেই সময়ত হয় আপুনিও ঠগ প্ৰবঞ্ছনাৰ ভৰি দিব পাৰে নতুন জালত।বহুতৰে আশা এখন
Read More...

ডাম্পাৰৰ দৌৰাত্ম্যত জহি খহি যাব ধৰিছে পলাশবাৰী-গুমী মথাউৰিৰ পথ

চৰকাৰে পলাশবাৰীত ২০১২ বৰ্ষৰপৰা এডিবিৰ আৰ্থিক সাহাৰ্যত পলাশবাৰী গুমী প্ৰকল্পৰ অধীনত ফ্ৰেমাৰ তত্বাৱধানত বান খহনীয়া প্ৰতিৰোধৰ কাৰণে আঁচনি গ্ৰহণ কৰে। ২০১৭ বৰ্ষতে এক প্ৰকাৰ এই বিয়াগোম আঁচনিখনৰ কাম সমাপ্ত কৰে। চৰকাৰী হিচাপ অনুযায়ী ৯০ কৌটি টকা
Read More...

ডিব্ৰুগড় বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে ভূমি অধিগ্ৰহণ কৰাকলৈ ডিব্ৰুগড় উপায়ুক্ত কাৰ্য্যালয় ঘেৰাও…

ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে মিৰিপথাৰ চাহ শ্ৰমিকে ভোগদখল কৰি থকা ১৭৫ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ প্ৰতিবাদত আজি অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ । ডিব্ৰুগড় শাখা উদ্যোগত ডিব্ৰুগড় জিলা উপায়ুক্ত
Read More...