Breaking

Browsing Category

জীৱনশৈলী

নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক ভাল খবৰ

অসম চৰকাৰৰ ষ্টেট লেভেল ৰিক্ৰুইটমেন্ট কমিছন অৰ্থাৎ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে এক জাননী জাৰি কৰিছে য’ত জনোৱা হৈছে যে ২৬ সহস্ৰাধিক গ্ৰেড থ্ৰী (তৃতীয় বৰ্গ) আৰু গ্ৰেড ফ’ৰ (চতুৰ্থ বৰ্গ) পদত নিযুক্তি বিচৰা হৈছে। গ্ৰেড থ্ৰী আৰু গ্ৰেড ফ’ৰ
Read More...

খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ উদ্যোগত খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলা। 

কামৰূপ জিলাৰ বিজয়নগৰত খাদ্য সুৰক্ষা মানকৰ, ভাৰতৰ অধীনস্থ কামৰূপ খাদ্য সুৰক্ষা মানকৰৰ উদ্যোগত শুকুৰবাৰে এখনি খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলা অনুষ্ঠিত হৈ যায় । গ্ৰাহকৰ সুৰক্ষা আৰু ব্যৱসায়ীক সকলৰ মাজত সচেতনতা বৃদ্ধি বাবে
Read More...

তামুলপুৰত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল

উৰিয়া ভাষাক চৰকাৰী ভাৱে মান্যতা প্ৰদান, " নোৱাখাই পৰ্ব "ত চৰকাৰী বন্ধ, জনজাতীয় পৰিচয় পত্ৰৰ বিসংগতি দূৰীকৰণ আদি দাবীৰে আজি তামুলপুৰ প্ৰেছ ক্লাবত অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত কয় যে-
Read More...

চাপৰত ভু-মাফিয়াৰ গুণ্ডাগিৰি।

শ্ৰমিকক নিৰ্মম ভাবে প্ৰহাৰ ভু -মাফিয়াৰ । মাটি কাটিবলৈ নোযোৱাৰ বাবেই ঘৰত আহি শ্ৰমিকক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ভু-মাফিয়াৰ বিৰুদ্ধে । চাপৰৰ আৰেয়াৰঝাৰ বেতবাৰীত সংঘটিত হয় এই ঘটনা ।
Read More...

ৰাজামৌলীৰ আৰ আৰ আৰ চাবলৈ যোৱা যুৱকৰ থিয়েটাৰত মৃত্যু

এছ এছ ৰাজামৌলীৰ আটাইতকৈ প্ৰতীক্ষিত আৰআৰআৰ ২৫ মাৰ্চত ছবিগৃহত মুক্তি পাইছে। চলচ্চিত্ৰখনত ৰাম চৰণ, জুনিয়ৰ এনটিআৰ, অজয় দেৱগন আৰু আলিয়া ভাটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। একে সময়তে, ছবিখনৰ মৰ্ণিং শ্ব'ৰ অনুষ্ঠান চাবলৈ যোৱা এজন অনুৰাগীৰ মৃত্যু
Read More...

বিলুপ্তি প্ৰায় শগুন উদ্ধাৰক লৈ বাক্সাত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য

বাক্সাত উদ্ধাৰ বিৰল প্ৰজাতিৰ জি পি এছ সংযোজিত শগুন । শগুনটো চোৱাৰ কাৰনে নিশা জনসমাগম । ৰাইজে উদ্ধাৰ কৰি চমজাই দিলে বন বিভাগক । বিলুপ্তি প্ৰায় শগুন উদ্ধাৰক লৈ বাক্সাত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য ৷ বিৰল প্ৰজাতিৰ শগুনটোৰ পাখিত জি পি এছ থকাৰ
Read More...

বিদ্যুৎৰ অভাৱত অচল এটি চৰকাৰী কাৰ্যালয়।

বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়, বৰক্ষেত্ৰীত বিদ্যুতৰ অভাৱত কাম -কাজ স্থবিৰ। আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভালৰ লেখীয়া হৈছে এটি বিয়াগোম চৰকাৰী কাৰ্যালয়। উল্লেখ্য যে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী খণ্ড
Read More...

ফ্লপশ্ব’ত পৰিণত হৈছে নেকি ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অংগনবাড়ী কেন্দ্ৰ

গোলাঘাট জিলাৰ পশ্চিম সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত ফুটা টিনপাত আৰু জৰাজীৰ্ণ বাঁহৰ বেৰৰ মাজতেই এটা অংগনৱাড়ী কেন্দ্ৰত চলিছে ভৱিষ্যত নাগৰিক গঢ়াৰ কৰ্মশালা। যিসময়ত ৰাজ্য চৰকাৰে কণ কণ শিশু সকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে
Read More...

নগাঁৱৰ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ।পদ -পথৰ সৰস্বতী মূৰ্ত্তিক নৈত বিসর্জন

নগাঁও জিলাৰ এগৰাকী ব্যৱসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ বিদ্যালয়সমূহৰ গছৰ তলত পেলাই থোৱা সৰস্বতী মূৰ্ত্তি সমূহ নিজা প্রচেষ্টাৰে উঠাই নি কলং নৈত বিসর্জন দি এক প্রশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।
Read More...

ঘৰ ঘৰ নল ,ঘৰ ঘৰ জল , ভাৰত চৰকাৰৰ এটা অভিলাশী আচঁনি জল জীৱন মিছন

জে জে এম আঁচনিৰ 77 লাখ টকা উটি গল পানীত , দূৰ্ণীতিগ্ৰস্হ ঠিকাদাৰে আত্মসাত কৰিলে জে জে এমৰ ধন । ৰাইজৰ বিলৈ ঘৰ ঘৰ নল ঘৰ ঘৰ জল , ভাৰত চৰকাৰৰ এটা অভিলাশী আঁচনী জল জীৱন মিছন । এই আঁচনীত এতিয়া ব্যাপক দূৰ্নীতি সংঘটিত হৈছে । 77 লাখ টকীয়া টকীয়া
Read More...