Breaking

Browsing Category

জীৱনশৈলী

গো-শালাৰ উচিত তদন্ত বিচাৰি জিলা উপায়ুক্ত লৈ আমছুৰ স্মাৰক পত্ৰ প্ৰদান

ৰঙামাটিস্থিত DHAYAN FOUNDATION নামৰ N.G.O.ৰ গো-শালাৰ উচিত তদন্ত বিচাৰি চাপৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্ত লৈ ৰঙামাটি আঞ্চলিক আমছুয়ে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ধুবুৰী জিলাৰ
Read More...

দৌল উৎসৱক লৈ উখল -মাখল পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত

ৰঙৰ উৎসৱ ফাকুৱা তথা হোলীলৈ মাজত মাথো কেইটিমান দিন বাকী। সমগ্ৰ ৰাজ্যৱাসীয়ে অহা ১৮ মাৰ্চ তাৰিখে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা।কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম সত্ৰ নগৰী বৰপেটাৰ লগতে এই সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি অহা ওদালগুৰি চহৰৰ সত্ৰ-নামঘৰসমূহ।
Read More...

বালাৰচৰত এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ।

এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিছে এখন গাঁৱৰ ৰাইজে ।অবিশ্বাস্য যেন লাগিলেও এইয়া সঁচা। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত মাত্ৰাঘোলা গাৱত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। যাৰ বাবে প্ৰতিদিনে খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিছে
Read More...

ঘগ্ৰাপাৰৰ দুগৰাকী কণমানিৰ কাষত সমাজসেৱিকা জুলি ডেকা বৰুৱা

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰকুছিত কালি নিশা ঘাটমাউৰা কণমানি নন্দিতা আৰু ৰিদিপৰ কাষত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পত্নী,সমাজসেৱিকা জুৰি ডেকা বৰুৱাই উপস্থিত হৈ কিছু আৰ্থিক সাহাৰ্য,
Read More...

অসম কুডু সন্থাৰ সংবাদমেল।ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা প্ৰাপক খেলুৱৈক সম্বৰ্ধনা 

১৪ মাৰ্চত শিমলুগুৰি শ্বহীদ ভৱনত অসম কুডু সন্থাৰ এখনি সংবাদমেল আয়োজন  কৰা হয়। অসম কুডু সন্থাৰ প্ৰচাৰ সম্পাদক ভাস্কৰ জ্যোতি মহন্তই আঁতধৰা উক্ত অনুষ্ঠানত যোৱা ১৪ ফেব্ৰুৱাৰী ৰ পৰা ১৯ ফেব্ৰুৱাৰী - ২০২২ লৈকে ভাৰত চৰকাৰৰ  ( Ministry of Youth
Read More...

পুনৰ মিজোৰ আগ্ৰাসন ! মিজো সংগঠনৰ নেতৃত্বত মিজো লোকে অসমৰ মাটিত সাজিলে ঘৰ

হাইলাকান্দি জিলাৰ দক্ষিণ হাইলাকান্দি সীমান্তত মিজোৰ ভূমি আগ্ৰাসন অব্যাহত আছে।অসম-মিজোৰাম সীমান্তৰ সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মাজত বাৰে বাৰে বৈঠক অনুষ্ঠিত হোৱা স্বত্বেও মিজোৰামৰ মিজোৰ আগ্ৰাসনৰ ঘটনা অব্যাহত আছে। শুকুৰবাৰে মিজো সংগঠন
Read More...

চতিয়াত জলসিঞ্চন সংমণ্ডল কাৰ্যালয় উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

"আমাৰ যুৱকসকল এতিয়া নিজৰ মাটিত খেতি কৰিবলৈ আগবাঢ়ি আহিছে৷চৰকাৰে ট্ৰেক্টৰ দিব,বীজ দিব কিন্তু সময়মতে খেতিপথাৰত পানী যোগান ধৰিব পৰাটো আপোনালোকৰ দায়িত্ব৷আমাৰ যুৱকসকল পানীৰ অভাৱত যাতে খেতিপথাৰত খেতি কৰাৰপৰা বঞ্চিত হ’বলগীয়া নহয় তাৰবাবে
Read More...

নলবাৰী বৰকুৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য।

নলবাৰী চহৰৰ সমীপতে থকা বৰকুৰা নিৰ্মীয়মান দলংৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয়লোকে প্ৰকাশ কৰা অনুসৰি মৃতদেহটো প্ৰায়
Read More...

দক্ষিণ কামৰূপৰত জব্দ বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ঘোঁৰামাৰাত জোৰশিমুলী আৰক্ষীৰ অভিযান । অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী লগতে আটক হৈছে কুখ্যাত চোৰ আজিমুদ্দিন ৷
Read More...

পুৰণিগুদামৰ প্ৰগতিশীল কৃষক শৰৎ চন্দ্ৰ চমুৱাক সেউজ সৌৰভ বঁটা প্ৰদান

গ্ৰাম্য অৰ্থনীতিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে বহুতৰে জীৱন আৰু জীৱিকাৰ প্ৰশ্ন জড়িত হৈ আছে । দেওবাৰে নগাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে নগাঁও জিলা সন্থাৰ এটি নৱ -নিৰ্মিত ভৱন পুৰণিগুদাম বাপুজী ভৱন আৰু
Read More...