দুৰ্ঘটনা

মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ উৰণসেতুৰ তলত পথ দুৰ্ঘটনা ! দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োকে হাস্পতালত ভৰ্তি…

মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ উৰণসেতুৰ তলত পথ দুৰ্ঘটনা। পথৰ দাঁতিৰ ৰেলিঙত খুন্দা তীব্ৰবেগী বুলেটৰ। এজন যুৱক আৰু এগৰাকী যুৱতী আহিছিল বাইকখনত। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োকে...

জাগুনৰ ৩১৫ নং অসম-অৰুণাচল জয়ৰামপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

জাগুনৰ ৩১৫ নং অসম-অৰুণাচল জয়ৰামপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। এখন তীব্র বেগী AS23AF9809 নম্বৰৰ মহেন্দ্ৰা থাৰ বাহনে মহতিয়াই এগৰাকী মহিলাক। থিতাতে নিহত...

মহানগৰীৰ গণেশগুৰিত ৭মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত…

মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড। ৭মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। হাহাকাৰ অৱস্থা । অগ্নি নিৰ্বাপক বাহিনী ইতিমধ্যে উপস্থিত হৈছে । জু‌ই নুমুৱাবলৈ চেষ্টা অব্যাহত আছে অগ্নি নিৰ্বাপক বাহিনীৰ...

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনাত মৃত্যু বৰবিহুৱা ফিৰোজ কোঁৱৰৰ…

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনা। বাইকত খুন্দা তীব্ৰবেগী বলেৰ' পিকআপ ভানৰ। দুৰ্ঘটনাত মৃত্যু বৰবিহুৱা ফিৰোজ কোঁৱৰৰ। দুৰ্ঘটনাৰ পাছতে পলায়ন বলেৰ' পিকআপ ভানৰ। চৰাইদেউৰ বাবে সম্পদ...

মহানগৰীৰ চানমাৰিত বাইক-চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ, আহত এজন…

গুৱাহাটী মহানগৰীৰ চানমাৰিত পথ দুৰ্ঘটনা। বাইক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বা‌ইক আৰোহী। আঘাত‌প্ৰাপ্ত বাইক আৰোহী জনক চিকিৎসালয় লৈ প্ৰেৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত। দূৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ...

Popular