দুৰ্ঘটনা

হায়দৰাবাদৰ এটা গুদামত সংঘটিত অগ্নিকাণ্ডত ৬জনৰ মৃত্যু…

হায়দৰাবাদৰ নামপল্লীত শোকাৱহ ঘটনা। এটা গুদামত সংঘটিত অগ্নিকাণ্ডত ৬জনৰ মৃত্যু। বজাৰঘাটৰ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত আছিল গুদামটো। বাহনকে ধৰি অগ্নিকাণ্ডত বহু লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত।

নিৰ্মাণৰত সুৰংগ ভাঙি আবদ্ধ ৪০জন লোক

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত চিল্কিয়াৰা আৰু দাংদালগাঁওৰ মাজত নিৰ্মাণাধীন এটা সুৰংগৰ এটা অংশ দেওবাৰে পুৱতি নিশা খহি পৰাৰ ফলত কমেও ৩৬ জন...

দিছপুৰৰ অসম সচিবালয়ৰ সন্মুখত নিশা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহী…

দিছপুৰৰ অসম সচিবালয়ৰ সন্মুখত নিশা পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ গৰাকী বাইক আৰোহী৷ আহত যুৱক দুজনক GNRC হাস্পতালত ভৰ্তি৷

শোণিতপুৰৰ ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা…

শোণিতপুৰৰ ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক। তীব্ৰবেগী ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষৰ ফলত এই ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৪গৰাকী...

ডিগবৈৰ বালিজান খ্ৰীষ্টানবস্তিত তেল পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গত তেল…

ডিগবৈৰ বালিজান খ্ৰীষ্টানবস্তিত অঘটন। OILৰ তেল পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গত তেল। নিশাৰ পৰা তেল নিৰ্গতক লৈ অঞ্চলজুৰি আতংক। ঘটনাস্থলীত উপস্থিত OILৰ সুৰক্ষাকৰ্মীৰ দল।

Popular