দুৰ্ঘটনা

হাৰিয়ানাৰ জিন্দত বাছ-ক্ৰুইজাৰৰ ভয়ংকৰ সংঘৰ্ষ…

হাৰিয়ানাৰ জিন্দত বাছ-ক্ৰুইজাৰৰ ভয়ংকৰ সংঘৰ্ষ। দুৰ্ঘটনাত ৮জনৰ মৃত্যু, আহত হৈছে ১২জন যাত্ৰী। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। জিন্দৰ বিবিপুৰ গাঁৱত সংঘটিত হয় দুৰ্ঘটনাটো।

শোণিতপুৰৰ জামুগুৰিহাটত সংঘটিত এক পথ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিহত এজন ছাত্ৰ…

শোণিতপুৰৰ জামুগুৰিহাটত সংঘটিত এক পথ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। শনিবাৰে পুৱাৰ ভাগত ‘AS01BG9710’ নম্বৰৰ পঞ্জীয়নভুক্ত চুইফট বাহনে কাষৰ...

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন৷ বিদ্যুতপৃষ্ট হৈ এজনৰ মৃত্যু ৷ ঘৰত কাম কৰি থকা অৱস্থাত মৃত্যু ব্যক্তি জনৰ ৷ মৃত ব্যক্তি জন মাউৎগাঁৱৰ মনোজ গগৈ ওৰফে...

অসমৰ তিনিচুকীয়াত বজ্ৰপাতত নিহত মাতৃ-কন্যা

ৰাজ্যত হোৱা প্ৰবল বৰষুণ আৰু তীব্ৰ ধুমুহাৰ মাজতে শনিবাৰে অসমৰ তিনিচুকীয়া জিলাত বজ্ৰপাতৰ ফলত এগৰাকী মাতৃ আৰু কন্যাৰ মৃত্যু হয়। তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত...

ব্ৰহ্মপুত্ৰত মাজুলী অভিমুখী ফেৰী সন্ধানহীন

সোমবাৰে মাজুলী অভিমুখে গৈ থকা অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজমজিয়াত এম ভি লোহিত নামৰ এখন ফেৰী নিৰুদ্দেশ হয়। সূত্ৰ অনুসৰি যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীৰ কমলাবাৰী...

Popular