সাহিত্য সংস্কৃতি

শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত সদৰ কাজী আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ অভিনন্দন ‘স্বৰাট’ গ্ৰন্থ উন্মোচন

উজনি অসমৰ এগৰাকী বয়োজ্যেষ্ঠ ইছলামিক বিজ্ঞ পণ্ডিত, বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিৱসাগৰ সদৰ কাজী, সমাজহিতৈষী ব্যক্তি আলহাজ মৌলানা চৈয়দ আহমদ কবীৰৰ কৃতি আৰু কৰ্মক সামৰি...

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, জাতীয়তাবাদী কবি, গীতিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ বিয়োগ

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, কবি, গীতিকাৰ, অসংখ্য গ্ৰন্থ, আলোচনীৰ বেটুপাত অংকন কৰোতা, তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ শুকুৰবাৰে...

অসম গ্ৰন্থমেলা, হাফলঙত বহুভাষিক কবি সন্মিলন…

এনে অনুষ্ঠানে বহুমাত্ৰিক সমাজখন সদৃঢ় কৰেঃ ড° প্ৰাণজিৎ বৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা,...

অসম গ্ৰন্থমেলা, হাফলঙত লেখক-পাঠকৰ আশানুৰূপ সঁহাৰি; ‘শিশুৰ দিন’ৰ দ্বিতীয় দিনাও উছৱ মুখৰ পৰিৱেশ

অপৰূপ প্ৰকৃতিৰে শুশোভিত হাফলঙত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলালৈ লেখক-পাঠকৰ সঁহাৰিয়ে উৎসাহিত কৰিছে...

কলাগুৰু থিয়েটাৰৰ আত্মপ্ৰকাশ

২০২৪-২৫ নাট্যবৰ্ষত ভ্ৰাম্যমাণ নাট্যজগতত আত্মপ্ৰকাশ ঘটিব এটা নতুন নাট্যদলৰ। বাক্সা জিলাৰ আঠিয়াবাৰীৰ পৰা আত্মপ্ৰকাশ কৰিবলগীয়া এই নাট্যদলটোৰ নাম হৈছে কলাগুৰু থিয়েটাৰ। ইতিমধ্যেই গুৱাহাটীৰ ৰাজগড়স্থিত...

Popular