অপৰাধ

ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে

ৰামানুজৰ নশ্বৰদেহ মই চমজি ল'মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে

নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ?

গুৱাহাটীৰ হাতীগাঁৱত নিজ পত্নীক নৃশংসভাৱে ডিঙি কাটি হত্যা কৰাৰ লগতে কটা মূৰ ফ্ৰীজত ভৰাই থোৱা ভয়ংকৰ কাণ্ডৰ অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু।

আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই মৃত্যু পত্নীহন্তা ৰামানুজ গোস্বামীৰ

স্বাস্থ্য পৰীক্ষাৰ বাবে GMCHলৈ আনিছিল ৰামানুজক। GMCHৰ পাহাৰৰ পৰা জঁপিওৱাৰ ফলতে মৃত্যু। গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে।

গুৱাহাটী মহানগৰীত অপহৰণৰ ঘটনাঃ বিৰুবাৰীৰ পৰা অপহৰণ এজনক

বিৰুবাৰীৰ পৰা অপহৰণ ভাস্কৰ মেধী নামৰ এজন ব্যৱসায়ীক। নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এখন স্কৰপিঅ' বাহনত ওঠাই নিছিল ব্যৱসায়ীজনক।

আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজ গোস্বামীৰ…

বিয়াৰ পূৰ্বে ৰিয়াই জানিছিল ৰামানুজৰ ভয়াৱহ ৰোগৰ কথা।আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজ গোস্বামীৰ-

Popular