অপৰাধ

পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান

পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান। মৃত পুত্ৰ ৰাকেশৰ ফটো বুকুত বান্ধি প্ৰতিবাদ দুৰ্ভগীয়া মাতৃৰ।

অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ

অৱশেষত আৰক্ষীৰ জালত অংকিত দাস। দুদিন ধৰি পলাতক অৱস্থাত আছিল অংকিত। অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত জড়িত অংকিত।

ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE

ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE

Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন

হাইলাকান্দিৰ নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী, দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ আৰু হত্যা কৰাৰ ঘটনাই তীব্ৰ জনৰোষৰ সৃষ্টি কৰিছে।

হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update

হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update

Popular