মনোৰঞ্জন

Filmfare Assam ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ আইমী বৰুৱাৰ…

চলচ্চিত্ৰৰে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীৰ বাবে Filmfare এক সপোন। এইবেলি প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা Filmfare Assam লৈ সকলোৰে দৰে অলেখ হেপাঁহ আৰু অনন্য...

মুক্তি পালে মংগল নায়কৰ চুটি ছবি “প্ৰাণেৰ চুগা”…

অলপতে আদিবাসী চাহ জনগোষ্ঠীৰ জনপ্রিয় কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, পৰিচালক মংগল নায়কৰ এক মনোমোহা, হৃদয়স্পর্শী চুটি ছবি "প্ৰাণেৰ চুগা" আমনি (নগাওঁ) হকী ফিল্ডত অনুষ্ঠিত হোৱা...

অনন্ত আম্বানী-ৰাধিকাৰ প্ৰাক্ বিবাহ অনুষ্ঠানত নৃত্য কৰা বলীউডৰ তাৰকাসকলক তীব্ৰ সমালোচনা কংগনা ৰাণাৱটৰ…

কংগনা ৰাণাৱটে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা কাহিনী শ্বেয়াৰ কৰিছে। কংগনাই প্ৰয়াত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ সৈতে নিজকে কেনেদৰে তুলনা কৰিছিল সেই বিষয়ে এটা...

নাগালেণ্ড গ্ৰীন মাৰ্ভেলৰ বাবে গ্ৰীন ফ্ৰেমছ চুটি ছবিৰ বঁটা জিনিলে গুৱাহাটীৰ ২ সাংবাদিকে…

গুৱাহাটীৰ সাংবাদিক বৰষা দাস আৰু সুৰজিৎ শৰ্মাই নাগালেণ্ডৰ অনন্য কৃষি পদ্ধতি উপস্থাপন কৰা তথ্যচিত্ৰ ‘মাউণ্টেন এগ্ৰিকালচাৰ মাৰ্ভেল’ৰ বাবে ‘গ্ৰীন ফ্ৰেমছ: বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন...

চুটিছবি ‘Unreal’লৈ সন্মান ! নগাঁৱৰ উদীয়মান অভিনেত্ৰী, লেখিকা অভিলেখ শৰ্মাক বেঙ্গালুৰুত তৃতীয় শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান…

নগাঁৱৰ উদীয়মান অভিনেত্ৰী, লেখিকা অভিলেখ শৰ্মা পুনৰবাৰ এটি ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনস্থ NATIONAL INSTITUTE OF MENTAL HEALTH & NEURO...

Popular