Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

মধ্য পূব গুৱাহাটী বিহু সন্মিলনীৰ সৌজন্যত আয়োজন কৰা বিহুৰ কৰ্মশলা আজি সামৰণি অনুষ্ঠান

মধ্য পূব গুৱাহাটী বিহু সন্মিলনীৰ সৌজন্যত আয়োজিত হৈছে বিহুৰ কৰ্মশলা ১এপ্ৰিলৰ পৰা আৰম্ভ হৈছে । আজি সামৰণি অনুষ্ঠানপ্ৰশিক্ষক অৰুণ জ্যোতি শইকীয়া, বিউটি বৈশ্য, চিকি শৰ্মা, অৰুণীমা আৰু পংকজৰ নেতৃত্বত প্ৰায় ১২৪ গৰাকী ছাত্ৰ ছাত্ৰী তথা যুৱক
Read More...

মানকাচৰত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি

মানকাচৰত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি ।আওপুৰণীয়া বিদ্যুৎৰ তাঁৰে বিপদ মাতিছে ৰাইজক।বিদ্যুৎৰ আওপুৰণীয়া তাঁৰৰ বাবে ৰাতিপুৱাই সংগঠিত হ'ল এক ভয়ংকৰ ঘটনা।মানকাচৰৰ বাতাপাৰা গাওঁৰ জহিৰ উদ্দিনৰ ঘৰৰ চালত বিদ্যুৎৰ তাঁৰ সংযোগ হৈ অগ্নিকাণ্ডৰ সুত্ৰপাত
Read More...

ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম ঘোষণা…

বহু জল্পনা-কল্পনাৰ অন্তত আজি (দেওবাৰে) সন্ধিয়া ঘোষণা কৰে ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম।ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি হিচাপে ডাঃ চৈকত পাত্ৰ আৰু উপ-পৌৰপতি হিচাপে উজ্জ্বল ফুকনৰ নাম ঘোষণা কৰে।উল্লেখযোগ্য যে ২২ টা
Read More...

আহোম স্বৰ্গদেউক অপমান! শিৱসাগৰ ৰুদ্ৰ সিংহ উদ্যানত ভয়ংকৰ ঘটনা…

কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ চুড়ান্ত অকমৰ্ণ্যতা আৰু অদৰ্ক্ষ্যতাৰ বাবেই ঐতিহাসিক শিৱসাগৰ জিলাখনৰ ইটোৰ পিছত সিটো পৌৰাণীক সম্পদ জহি খহি যোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তেই এইবাৰ ইতিহাস প্ৰসিদ্ধ
Read More...

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “সহস্ৰনাদ” কাৰ্যক্ৰম সম্পন্ন…

অসমৰ শিক্ষাখণ্ডৰ মাতৃভাষাৰ জৰিয়তে পাঠদান কৰা বৃহত্তম সংস্হাটো হৈছে বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি, অসম । বৰ্তমান সমগ্ৰ ভাৰততে ৭৫ সংখ্যক স্বাধীনতা দিৱস অমৃত মহোৎসৱ হিচাপে উদযাপন কৰা হৈছে। শিশু শিক্ষা সমিতি অসমেও এই মহোৎসৱৰ
Read More...

শ্ৰীলংকাৰ দৰে ভাৰতবৰ্ষৰ যে নহব নুই কৰিব নোৱাৰিঃ ৰকিবুল হুছেইন

দিনক দিনে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ প্ৰতিদিনেই মূল্য বৃদ্ধি হৈ আছে ৷ এই মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰুধী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ যোৱা নিশা হঠাত ডবকাত উপস্থিত হৈ তেওঁ কয় যে এই চৰকাৰৰ দিনত নিতৌ
Read More...

বকোৰ সৰ্বমঙ্গলা দুৰ্গাবাড়িত বাসন্তী পূজাৰ প্ৰস্তূতি…

সমাজত শান্তি শৃংখলা প্ৰতিষ্ঠা কৰিবলৈ আৰু ধৰ্মীয় সত্তা গঢ়ি তুলিবলৈ বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোত,বকোস্থিত সৰ্বমঙ্গলা দুৰ্গাবাড়িত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা বাসন্তী পূজাৰ। বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং ডাকুৱাপাৰাৰ
Read More...

ৰহাত নাথ যোগীৰ ৰাজনৈতিক পৰ্যালোচনা সভা…

নগাঁও জিলা যোগী সন্মিলনী আৰু সদৌ মৰিগাঁও নাথ-যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ সহযোগত আজি ৰহা মহাবিদ্যালয়ত' অসম নাথ যোগী জাতীয় পৰিষদৰ' এখন প্ৰতিনিধি মূলক 'ৰাজনৈতিক পৰ্যালোচনা সভা 'অনুষ্ঠিত হয় । অসম প্ৰাদেশিক যোগী সন্মিলনী ,
Read More...

বঙাইগাঁৱত অবৈধ কাঠফলা মিলসহ লক্ষ্যাধিক টকাৰ কাঠ জব্দ…

আজি বঙাইগাঁও জিলাৰ আই ভেলি বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ অভিযানত বঙাইগাঁও জিলাৰ মাণিকপুৰ খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ১ নং ছালাবিলাত অবৈধ কাঠ ফলা মিলসহ প্ৰায় লক্ষাধিক টকাৰ কাঠ, কূণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । এক বিশেষ সূত্ৰৰ পোম
Read More...

হাজোত ৰাম নৱমী মহোৎসৱ উদযাপন…

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত জাপিয়া কালি মন্দিৰ প্ৰাংগনত উত্তৰ কামৰূপ জিলা বিশ্ব হিন্দু পৰিষদ ও বজৰংগ দল হাজো প্ৰখণ্ডৰ উদ্যোগত দিনযোৰা বৰ্নাধ্য কাৰ্যসূচীৰে ৰাম নৱমী মহোৎসৱ পালন কৰা হ'য়।সেই অনুসৰি পুৱা মাল্যাৰ্পন, বন্তি
Read More...