Breaking

Browsing Category

অসম

ডিগবৈ সমষ্টিত কংগ্ৰেছ পৰা সাত গৰাকীয়ে বিচাৰিছে দলীয় টিকট, তেওঁলোক কোন কোন…

দেশৰ নিৰ্বাচন আয়োগে যোৱা ২৬ তাৰিখে ঘোষণা কৰা অনুসৰি অসমত ২১ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২৭ মাৰ্চত অনুষ্টিত হব ৷ সেই অনুসৰি প্ৰতিটো ৰাজনৈতিক দলে অহা ৯ মাৰ্চৰ ভিতৰত প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ৷
Read More...

অসমৰ ক’ভিড পৰিস্থিতি স্বাভাৱিক আৰু নিয়ন্ত্ৰনাধীন, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী অশ্বিনী চৌবেৰ…

অসমৰ ক'ভিড পৰিস্থিতি সম্পূৰ্ণ স্বাভাবিক আৰু  নিয়ন্ত্ৰনাধীন। ক'ভিডক লৈ কোনোৱে শংকিত আৰু আতংকিত হোৱাৰ কাৰণ নাই। আমি অসমক এখন কভিডমুক্ত ৰাজ্যলৈ উন্নীতকৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। এই মন্তব্য ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ
Read More...

বাক্সাৰ তিনিটা সমষ্টিত ৫,৩৬,৯৯৫ গৰাকী ভোটাৰে কৰিব ভোটদান : স্থাপন হ’ব ২৫ টা মহিলা ভোট কেন্দ্ৰ

বিধানসভা নিৰ্বাচনৰ বাবে নির্বাচনী অধিসূচনা জাৰি কৰাৰ পিছতে শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে বাক্সা জিলা প্রশাসন ৷ ইতিমধ্যে নিৰ্বাচনৰ কামত জড়িত চেলসমূহৰ লগতে ফ্লাইং স্কোৱাডসমূহ সক্ৰিয় হৈ উঠিছে নিৰ্বাচনী কামৰ বাবে ৷ 
Read More...

অসমত শক্তিশালী ৰূপত আত্মপ্ৰকাশ এন পি পি’ৰ

অসমৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্য ৰাজনৈতিক দল সমূহৰ লগতে শেহতীয়াকৈ সৰ্বভাৰতীয় ৰাজনৈতিক দল নেচনেল পিপলছ পাৰ্টি, চমুকৈ এন.পি.পি য়ে ২০ ফেব্ৰুৱাৰীত  দলৰ কেন্দ্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড  কে চাংমাৰ
Read More...

বৰপেটা জিলাৰ বালাপাৰা আৰক্ষী চকীৰ সন্মুখতে বৰলা আমদহ সভাত জুৱাৰ মুকলি বেহা

বৰপেটা জিলাৰ বালাপাৰা আৰক্ষী চকীৰ অন্তগৰ্ত বৰলা (আমদহ) সভাত ২/৩ দিন ধৰি অব্যাহত আছে জুবাৰ মুকলি  ৰমৰমীয়া বেহা। প্ৰাপ্ত অভিযোগ  অনুসৰি বালাপাৰা আৰক্ষী চকীৰ ছত্ৰ ছায়াত একাংশ জুৱা মাফিয়াই সভা,পূজাৰ গইনা লৈ অব্যাহত ৰাখিছে  অবৈধ জুৱাৰ
Read More...

নগাঁৱৰ ৭ সমষ্টিৰ বাবে নিৰ্বাচনী প্ৰস্তুতি : জিলা উপায়ুক্তৰ সংবাদ মেল

নগাঁও জিলাৰ  অন্তৰ্গত ৭ টা বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সেই অনুসৰি, প্ৰথম পৰ্যায়ত হ'বলগা নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱা এই চাৰিটা
Read More...

ওৰাঙত ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত বেডমিন্টন প্ৰতিযোগিতা

ওদালগুৰি জিলাৰ ওৰাঙৰ ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত বেড মিন্টন প্ৰতিযোগিতা এখনি অহা ৬ আৰু ৭ মাৰ্চত ওৰাঙৰ  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে ৷বিগত বৰ্ষৰ দৰে এইবেলি ফ্ৰেইণ্ড ক্লাবৰ উদ্যোগত
Read More...

গোলাঘাটত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক

গোলাঘাট নিৰ্বাচন জিলাৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় । বৈঠকত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ আগত
Read More...

স্বচ্ছ-নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ মাজুলী জিলা প্ৰশাসন

ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অসমত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ সূচী অনুসৰি প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চত ৯৯ নং মাজুলী বিধান সভা সমষ্টি(এচ টি)ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে-লগে মাজুলী সমষ্টিত স্বচ্ছ আৰু
Read More...

প্ৰধানমন্ত্ৰী মোদীক প্রশংসা WHOৰ প্রধানৰ

ক’ভিড যুঁজৰ লগতে টিকাৰ সাম্যতাক সমর্থন কৰাৰ বাবে ভাৰতৰ প্রধানমন্ত্রীক প্রশংসা কৰাৰ লগতে ধন্যবাদ জনাইছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্রছ আডানম্‌ গেব্রিয়েছাছে । টুইটাৰত WHOৰ প্রধান টেড্রছ আডানম্‌ গেব্রিয়েছাছে লিখিছে,’ক’ভ্যাক্সৰ
Read More...