Breaking

Browsing Category

অসম

অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনত ক্ষীপ্ৰ গতিত নিৰ্মাণ কাৰ্য আৰম্ভ মূৰ্কংচেলেক…

সামাজিক মাধ্যমত দুৰ্নীতিৰ প্ৰচাৰ হোৱা কাণ্ডৰ ভিত্তিহীন,অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনত ক্ষীপ্ৰ গতিত নিৰ্মাণকাৰ্য্য চলি আছে মূৰ্কংচেলেক শিক্ষাখণ্ডৰ পোন্ধৰখন পঞ্চায়তত পোন্ধৰখন আদৰ্শ পুথিভঁৰাল অসম চৰকাৰৰ পুথিভঁৰাল
Read More...

মা-কামাখ্যা মন্দিৰক লৈ বিতৰ্ক! সংবাদমাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ

মা-কামাখ্যা মন্দিৰক লৈ বিতৰ্ক! সংবাদমাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ- 'কিছু দিনৰ পৰা বিভিন্ন জনৰ মুখৰ পৰা অসম চৰকাৰে মা কামাখ্যা মন্দিৰত এক বিশেষ corridor নিৰ্মাণ কৰিব বুলি খবৰ পাইছে কুটুম্ব সুৰক্ষা পাইছোঁ।
Read More...

সমাজকৰ্মী দুৰ্লভ চেতিয়াক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…

যোৰহাট জিলাৰ হাতীগড় মৌজা মেলেং বালিচাপৰি গাঁৱৰ সমাজকৰ্মী তথা ২৮ নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়াক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ চৌধ্য বছৰীয়া গৌৰৱোজ্জ্বল মূহুৰ্তত সম্বৰ্ধনা জনাই। উল্লেখ্য যে সমাজকৰ্মী গৰাকীয়ে সমাজ
Read More...

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে প্ৰকল্পটো স্থাপন কৰিব টাটা গ্রুপে। জাগীৰোড কাগজ কলৰ মাটিত স্থাপন হ'ব ছেমি কণ্ডাক্টৰ প্ৰকল্প। দিল্লীত কেবিনেট বৈঠকৰ অন্তত ঘোষণা তথ্য
Read More...

কলাক্ষেত্ৰত নিযুক্তি সমাৰোহ, পশুপালন বিভাগত ৩৬৫ জন ক্ষেত্ৰ সহায়ক নিযুক্তি…

অসমত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপ বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। এই পদক্ষেপৰ অংশ হিচাপে আজি পশুপালন আৰু পশু চিকিৎসা বিভাগত ৩৬৫ জন প্ৰশিক্ষণপ্ৰাপ্ত ক্ষেত্ৰ সহায়কক নিযুক্তি পত্ৰ
Read More...

ৰাজ্যত “অভিযান ছাৰখাৰ ৩”ৰ লগতে পৰিবহণৰ বিশেষ সেৱা মাহ…

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি একান্ত দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱেৰে সময়ৰ কাম সময়তে নিষ্পত্তি কৰি প্ৰতিটো বিভাগকে দ্ৰুতগতিত কাম সম্পন্ন কৰিবলৈ দিয়া নিৰ্দেশনাৰ ভিত্তিত কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ
Read More...

আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩ আঁচনিৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ মন্ত্ৰী জয়ন্ত…

অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি পল্টনবজাৰৰ এ টি ডি চি কাৰ্যালয়ত "আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩" আঁচনিৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। আজিৰ সভাখন সম্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে এই আঁচনিখনে
Read More...

তেজপুৰৰ ঐতিহাসিক ‘পকী’ৰ চোতালত ১০ মাৰ্চত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব প্ৰসিদ্ধ…

তেজপুৰ তথা জিলাখনৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অৱসান ঘটাই অৱশেষত প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী বীৰেন সিংহৰ দ্বাৰা নিৰ্মিত তেজপুৰৰ ঐতিহাসিক "পকী" অৰ্থাৎ অসম চৰকাৰৰ জ্যোতি ভাৰতীৰ চোতালত সংস্হাপিত হ'ব লগা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ
Read More...

নিতাইপুখুৰীৰ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে সৰৱ আছু

শাসনাধিষ্ঠিত বিজেপি-মিত্ৰজোঁট চৰকাৰে অসমৰ সত্তৰখন মহাবিদ্যালয় বন্ধ কৰি একত্ৰিকৰণ কৰিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷ আনহাতে উল্লেখিত কলেজসমূহৰ ভিতৰত শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ ঐতিহ্যমণ্ডিত নিতাইপুখুৰী হেমচন্দ্ৰ
Read More...