অসম

Summer Drama Workshop: অসম আদৰ্শ বিদ্যালয়ত গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালা

আজিৰে পৰা অসম আদৰ্শ (Summer Drama Workshop) বিদ্যালয় বৰপামত পোন্ধৰদিনীয়া গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালাৰ শুভাৰম্ভ কৰে অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে।

Tortoise Ring: কাছৰ আঙঠিয়ে এজন দৰিদ্ৰ ব্যক্তিকো ধনী কৰি তুলিব পাৰে! এইদৰে পিন্ধক আঙঠি

গ্ৰহ-নক্ষত্ৰৰ অশুভ প্ৰভাৱৰ (Tortoise Ring) পৰা হাত সাৰিবলৈ মানুহে নিজ নিজ ৰত্ন পিন্ধে। কিন্তু, ইয়াৰ বাহিৰেও কিছুমান বিশেষ ধৰণৰ আঙঠি আছে।

Sawan 2025: শাওন মাহত কিয় ব্ৰত ৰাখিব লাগে? জানিলে হ’ব আচৰিত !

শাওন মাহ, এই মাহটো হিন্দু ধৰ্মত অতি পৱিত্ৰ মাহ বুলি গণ্য কৰা হয়। (Sawan 2025) এই মাহক ভগৱান শিৱৰ মাহ বুলি ধৰা হয়।

Dr surajit giri: অসম গৌৰৱ চিকিৎসক সুৰজিত গিৰিক কাৰ্যবাহী দণ্ডাধীশৰ অভব্য আচৰণ

ডিমৌ সম জিলা ডিমৌৰ আদৰ্শ চিকিৎসালয়ত মানৱ দৰদী সংজ্ঞাহাৰক বিশেষজ্ঞ চিকিৎসক সুৰজিত গিৰিক মহিলা দণ্ডাধীশৰ অভব্য(Dr surajit giri) ব্যৱহাৰৰ গুৰুতৰ অভিযোগ৷

Paikan Ashudubi evicted area: পাইকান আাশুডুবি উচ্ছেদিত অঞ্চলত আৰক্ষীৰ গুলীচালনা!

পাইকান আাশুডুবি উচ্ছেদিত অঞ্চলত আৰক্ষীৰ গুলীচালনা।(Paikan Ashudubi evicted area)আৰক্ষীৰ গুলীত মৃত্যু ১৯ বছৰীয়া ছাকুৱাৰ হুছেইন।

Popular