অসম

তেজপুৰৰ ৰাজপথত শিল্প, সংস্কৃতি, সাহিত্য, ইতিহাসৰ নান্দনিক প্ৰদৰ্শন

সংস্কৃতিৰ নগৰী তেজপুৰ শনিবাৰে পুৱাৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্য, অসমীয়া লোককলা, শিল্পকলা, ভাওনা শিল্প আদিৰে মুখৰিত হৈ পৰিল। চৌদিশে মাথোঁ শিল্পৰ সমাহাৰ। শিক্ষাৰ্থীৰ পাৰভঙা...

‘গ্ৰীফন চেলেঞ্জ ট্ৰফী’ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৰহাট চেম্পিয়ন

শিৱসাগৰ 'গ্ৰীফন ক্লাব'ৰ উদ্যোগত চহৰৰ বডিং খেলপথাৰত অনুষ্ঠিত হোৱা 'গ্ৰীফন চেলেঞ্জ ট্ৰফী' সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে যোৰহাটে।...

পুৰণিগুদাম কবি সন্মিলনৰ চোতালে-চোতালে কবিৰ মেল অনুষ্ঠান সম্পন্ন

আখৰ পঢ়িব নজনা লোকেও কাব্যিক পৰম্পৰাৰ বাবেই কীৰ্তন ভাগৱত সহজে পঢ়িব পাৰে। অসমীয়া সাহিত্যৰ সবাতোকৈ প্ৰয়োজনীয় আৰু প্ৰচলিত অলংকাৰটোৱেই হ'ল কবিতা- পুৰণিগুদাম কবি সন্মিলনৰ...

ছাত্ৰীসকলে সন্মুখীন হৈছে অভাৱনীয় সমস্যাৰ

২০১৭ চনত নতুনকৈ অসমৰ বিভিন্ন স্থানত মুঠ এঘাৰখন পলিটেকনিক কলেজ নিৰ্মাণ কৰাৰ লগতে ধেমাজি জিলাৰ চিমেন চাপৰিত প্ৰতিষ্ঠা কৰা ধেমাজি পলিটেকনিক মহাবিদ্যালয়ত আজিও ছাত্ৰী...

“মূৰ থকা সকলেহে হেলমেট পিন্ধে…”

"আপোনাৰ বাবে আপোনাৰ পৰিয়াল, প্ৰিয়জনে অপেক্ষা কৰি থাকে", "মটৰ চাইকেল চলাওঁতে হেলমেট পৰিধান কৰক", "মূৰ থকা সকলেহে হেলমেট পিন্ধে" আদি শ্ল'গানেৰে যোৱা ৯ ফেব্ৰুৱাৰীত...

Popular