Breaking

Browsing Category

অসম

ককয়াত পৰম্পৰাগত জ্ঞান আৰু কৌশল সংগ্ৰাহালয় উদ্ধোধন

পৰম্পৰাগত প্ৰযুক্তিয়ে আমাৰ স্বাস্হ্য, প্ৰকৃতি আৰু অৰ্থনীতিক বিভিন্ন দিশৰ পৰা সুৰক্ষা দিয়াৰ লগতে আমাৰ সংস্কৃতিকো সমৃদ্ধি কৰিছে। সম্প্ৰতি  বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বহুখিনি উত্তৰণ ঘটিছে , ই ভাল কথা ৷ বিজ্ঞান প্ৰযুক্তি আমাক লাগিব, সেইবুলি
Read More...

লামডিং আৰক্ষীৰ জালত কুখ্যাত তীৰ জুৱাৰী আটক।

অসাধু ব্যৱসায়ি যদি ডালে ডালে  লামডিং  আৰক্ষী ও পাতে পাতে।মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা হুংকাৰ দিয়াৰ  পিছতেওঁ গা লৰা নাই একাংশ অসাধু দুস্কৃতিকাৰী ব্যৱসায়িৰ। লামডিংত  একাংশ ব্যৱসায়ী অবৈধ ভাবে চলাই আ্ছে তীৰৰ ৰমৰমীয়া বেহা।হোজাই জিলাৰ
Read More...

মৰিগাঁৱৰ পবিতৰাহাটত আৰক্ষীসকলৰ মাজত জিলা স্বাস্থ্য বিভাগৰ মানসিক স্বাস্থ্যৰ সজাগতা সভা

 যোৱা কালি মৰিগাঁৱৰ পবিতৰা হাটত আৰক্ষী সকলক লই  মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰা অনুস্থানত জিলাখনৰ প্ৰায় দেৰ শতাধিক আৰক্ষী  উপস্থিত থাকে।বিশ্ব মানসিক স্বাস্থ্য সপ্তাহৰ লগত ৰাখি মৰিগাঁও জিলা
Read More...

ওদালগুৰি,ৰৌতা,মাজবাট,ওৰাঙত নাই দুৰ্গা পূজাৰ উৎসাহ: মৃৎশিল্পী সকলক সাহাৰ্য প্ৰদান কৰাত অৱহেলা চৰকাৰৰ

দুৰ্গাপূজা যদিও এতিয়ালৈকে  মৎশিল্পী সকলৰ আগৰদৰে নাই কোনো উৎসাহ উদ্দীপনা।ক'ৰোনা মহামাৰীয়ে দুবছৰ ধৰি জুৰুলা কৰি আৰ্থিকভাৱে দূৰ্বল কৰি তুলিছে।য'ত চৰকাৰে এতিয়ালৈকে মৃৎশিল্পীৰ প্ৰতি কোনো আঁচনি গ্ৰহন কৰা নাই এই  ক্ষোভ মৃৎ শিল্পী সকলৰ।এই
Read More...

বঙাইগাঁৱত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দ্বাৰা বান ক্ষতিগ্ৰস্ত মহিলা হিতাধিকাৰীক সামগ্ৰী বিতৰণ

বঙাইগাঁও জিলাত চলিত বৰ্ষত বানপানী কম হ'লেও কিছুমান অঞ্চলত বহু লোক বানত ক্ষতিগ্ৰস্ত হৈছে। এনে বানত ক্ষতিগ্ৰস্ত মহিলাক বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ( এন ডি আৰ এফ) ৰ তৰফৰ পৰা মহিলাক দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান
Read More...

নিউ বঙাইগাঁও ৰে’লৱে চিকিৎসালয়ত পিএছএ অক্সিজেন উৎপাদন প্ৰকল্পৰ উদ্বোধন

ধুমুহা বৰষুণৰ পিচত বতৰ ফৰকাল হয় ,কংগ্ৰেছৰো অৱস্থা ভাল হ'ব- আব্দুল খালেক ৷ বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে'লৱে চিকিৎসালয়ত বৃহস্পতিবাৰে  প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ অধীনত এটা পিএছএ অক্সিজেন উৎপাদন প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয়৷ অক্সিজেন উৎপাদন
Read More...

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ অধ্যক্ষতাত আজি গুৱাহাটীত অনুস্থিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ৰাজ্য চৰকাৰক
Read More...

চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণী শুভাৰম্ভ

ৰাজ্যৰ প্ৰতিখন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হব বুলি সোণাৰি সমষ্টিৰ চফ্ৰাইত আজি মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা পাছত আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ
Read More...

ধেমাজিত এন এছ ইউ আইৰ প্ৰতিবাদ

যোৱা কিছুদিন পূৰ্বে বি জে পি শাসনাধিষ্ঠিত চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱা কিছুদিন পূৰ্বে ৰাজ পথত গাড়ীৰে মহতিয়াই একাংশ কৃষকক গুৰুতৰ ভাৱে জখম কৰাৰ পিছত কংগ্ৰেছৰ একাংশ নেতৃত্বতই পথ দুৰ্ঘটনাৰ খৱৰ লবলৈ যাওঁতে উত্তৰ প্ৰদেশৰ বিজপি চৰকাৰে শীৰ্ষ নেতা
Read More...

বাক্সাত তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চাৰিজনৰ মনোনয়ন দাখিল

অহা ৩০ অক্টোবৰত ৰাজ্যত হ'ব লগীয়া উপ-নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷  বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিতো বলিছে নিৰ্বাচনী বতাহ ৷ সমষ্টিটোত ইউপিপিএল দলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুত খালী হৈছিল তামুলপুৰ
Read More...