Breaking

Browsing Category

অসম

বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা বিশেষভাৱে সক্ষম লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ তম জন্ম জয়ন্তীৰ পালন কৰাৰ পিছত ইয়াৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে ২‍১ দিনীয়াকৈ এক সেৱা আৰু সমৰ্পণৰ কায্যসূচী হাতত লৈছে। এইকাৰ্যসূচীৰ অংশ হিচাপে কালি বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ এটি
Read More...

গোলাঘাটৰ গুদামত পচিছে দমে দমে মূল্যবান ঔষধ

-গোলাঘাটত বহু দৰিদ্ৰ লোকে এটা ঔষধ বিচাৰি হাবাথুৰি খোৱাৰ সময়তে পোহৰলৈ আহিছে অন্য এক  ঘটনা।জানিব পৰা মতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ গুদামত বহু মূল্যবান ঔষধ পচিব ধৰিছে।যি ঘটনাই এতিয়া সৰ্বত্ৰে পতিক্ৰিয়াৰ সৃষ্টি
Read More...

অসমৰ লগতে পশ্চিম বংগটো আধুনিক সংগীত তথা বিহু গীতে অসংখ্য জনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে

নগাঁৱৰ এগৰাকী অতি প্ৰতিভাসম্পন্ন চিনাকি কণ্ঠৰ শিল্পী হৈছে বিজয় বিশ্বাস । নগাঁৱৰ ইটাচালী নিবাসী তথা নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী পৰিকল্পনা বিষয়া বিজয় বিশ্বাসে নিজৰ সুমধুৰ কন্ঠৰে ইতিমধ্যেই বহুতো সংগীতানুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম
Read More...

ৰাজকন্যা বৰুৱাক দিছপুৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে

বুধবাৰে পুৱা গুৱাহাটীত ৯ জন পিডব্লিউডি শ্ৰমিকক প্ৰহাৰ কৰা প্ৰাক্তন মডেল ৰাজকন্যা বৰুৱাক পুনৰ পৰীক্ষা কৰিবলৈ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (জিএমচিএইচ) ৬ জনীয়া চিকিৎসকৰ এটা দলে ৰাজকন্যাৰ চিকিৎসা পৰীক্ষা কৰিছিল যাৰ পিছত চিকিৎসকসকলে
Read More...

পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা।

পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা অসুস্থতাৰ নাটক কৰি আইচিইউত সোমাইছিল ৰাজকন্যা জিএনআৰচিক আইচিইউত আছিল ৰাজকন্যা মাত্ৰাধিক সুৰাপান কৰি মহতিয়াই নিছিল ৯জনকভৰি চিঙি পেলাইছিল এজনৰঅজ্ঞাত শক্তিৰ বলত জামিনো পাইছিল মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত পুনৰ তদন্ত
Read More...

নগাঁৱৰ ৰাজনন্দিনী বৰাৰ সাফল্য

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ৪ অক্টোবৰৰ নিশা সামৰনি পৰা এল কে ঈগলচ একাডেমিৰ দ্বিতীয় বাৰ্ষিক উত্তৰ পূৱ ভাৰত (মুকলি) টাইকোৱানডো চেম্পিয়নশ্বীপ কায়ৰ’জি আৰু প’মছে ২০২১ নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি নগাঁৱৰ কণমানি ৰাজনন্দিনী বৰাই চমকপ্ৰদ সফলতা
Read More...

বকোৰ গামেৰীমুৰাত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন।

সুদীৰ্ঘ দিন ধৰি অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলে অনুসুচীত জনজাতিৰ মৰ্য্যদা লাভ কৰা আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ কৰাৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখি আহিছে। এই ক্ষেত্ৰত সংকতাপূৰ্ণ অৱস্থাৰ পৰা জাতিক ৰক্ষা কৰিবলৈ কোচ ৰাজবংশী জাতীয় সংগঠনৰ
Read More...

আলফা (স্বা)ত যোগদান কৰিবলৈ আহি সোণাৰিত আটক এজন

চছিয়েল নেটৱৰ্কিং চাইট ফেচবুকত সক্ৰিয় হৈ পৰিছে নেকি আলফা (স্বাধীন)ৰ সদস্য ? এই প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত। কাৰণ শেহতীয়াকৈ ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা কেইবাগৰাকীও যুৱক আটক হৈছে সোণাৰিত। চৰাইদেউ জিলাৰ সদৰ
Read More...

পাণ্ডোৰা পেপাৰচ কি ?এই তালিকাত কোনভাৰতীয় সকল আছে?

শচীন তেণ্ডুলকাৰ, পপ গায়িকা শাকিৰা আৰু প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰকে ধৰি সমগ্ৰ বিশ্বৰ শ শ চেলিব্ৰিটিক বেনামি বিনিয়োগ বুলি দাবী কৰা হৈছে। অনুসন্ধানকাৰী সাংবাদিকৰ এটা আন্তৰ্জাতিক সংস্থাই ইয়াৰ সৈতে সম্পৰ্কিত কিছুমান
Read More...

উত্তৰ প্ৰদেশৰ লখিমপুৰ হিংসা: মৃতকৰ পৰিয়ালক প্ৰতিটো ৪৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়

ৰাষ্ট্ৰীয় ডেস্কঃ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত ডিএম ড০ অৰবিন্দ কুমাৰ চৌৰাছিয়া মঙলবাৰে সন্ধিয়া তহচিল নিঘাচানৰ মৃত কৃষকজনৰ ঘৰত চৌক্ৰা ফাৰ্মত উপস্থিত হয় আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে। তেওঁ চৰকাৰে ঘোষণা কৰা ৪৫ লাখ টকাৰ চেক
Read More...