Breaking

Browsing Category

অসম

আজি মহালয়াৰ ধৰালৈ নামিল মা দুৰ্গা

চাওঁতে চাওঁতে হেঁপাহৰ শাৰদীয় দুর্গা পূজা আহি পদূলিত। শৰতৰ মনোমোহা পৰিৱেশৰ মাজত দেৱী দুর্গাৰ আৰাধনা আৰম্ভ হ’বলৈ মাজত আৰু মাত্র কেইটামান দিন বাকী আছে যদিও শাস্ত্ৰ সন্মত ভাবে আজিৰ পৰা আৰম্ভ এই প্ৰক্ৰিয়া। ভাৰতীয় দর্শনমতে জীৱৰ জীৱনৰ এক
Read More...

আক্ৰাছুৰ কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধিৱেশন সম্পন্ন

- আক্ৰাছুৰ কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধিৱেশন সম্পন্ন৫১ জনীয়া নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন  জনজাতিকৰণ - পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত অব্যাহত থাকিব সংগ্ৰাম - ক্ষীতিশ বৰ্মনৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ
Read More...

তুষাৰ পালৰ চুটি ছবি “যোদ্ধা” লৈ বঁটা

চেলেংহাট হেলথ্ ক্লাৱৰ দ্বাৰা নিবেদিত শৰীৰ চৰ্চাবিদ তুষাৰ পালৰ দ্বাৰা সম্পাদিত চুটি ছবি যোদ্ধা লৈ আগবঢ়োৱা হৈছে মহান ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱ বঁটা। উল্লেখ যে ক'ৰণাৰ যোদ্ধা চিকিৎসক ,নাৰ্চ সকল আৰু ৰোগি সকলক লৈ নিজৰ
Read More...

গৰাখহনীয়াৰ কবলত পৰি দিশহাৰা হোৱা পৰিয়ালৰ কাষত জন প্ৰতিনিধি

বৈটামাৰী চক্ৰ বিষয়াৰ লগতে লাট মন্ডলক দেখুৱালে বাস্তব ছবিহতাশাগ্রস্ত পৰিয়ালক দিলে সহায়ৰ আশ্বাসপ্ৰায় তিনি শতাধিক দিশহাৰা হোৱা পৰিয়ালক আশ্বাস প্ৰদান কৰিলে বিধায়ক প্ৰদীপ সৰকাৰ  বঙাইগাঁও জিলাৰ বৈটামাৰী ৰাজহ চক্ৰৰ অধীনস্থ পশ্চিম মাজেৰ আলগা
Read More...

আই.এ.এফ. ৮৯ তম বাৰ্ষিকীৰ বাবে সাজু

দেশক আকাশৰ উচ্চতাৰ পৰা সুৰক্ষিত কৰা ভাৰতীয় বায়ু সেনাই (ভাৰতীয় বায়ু সেনা) ৮ অক্টোবৰৰ ৮৯ তম বাৰ্ষিকী উদযাপন কৰিব। সামৰিক বিষয়া আৰু সাহসী লোকসকলেও অনুষ্ঠানটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। সেনাই বুধবাৰে গাজিয়াবাদৰ হিন্দন এয়াৰবেচত
Read More...

ওদালগুৰিত উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম বাৰ্ষিক নোৱা খাই পৰ্ব উদযাপন

ওদালগুৰি জিলাৰ অন্তৰ্গত হাতীগড়ত ৰোৱা ৩ অক্টোবৰত  অসম উড়িয়া যুৱ ছাত্র পৰিষদ আৰু ওদালগুৰি জিলা সমিতিৰ উদ‍্যোগত হাতীগড় আঞ্চলিক সমিতি আৰু সমূহ ৰাইজৰ সহযোগত পঞ্চম বাৰ্ষিক নোৱা খাই পৰ্ব উদযাপন কৰা হয়। পশ্চিম উৰিষ্যাত বসবাস কৰা উড়িয়া
Read More...

অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিৰ মুখপত্ৰ “তিজ” উন্মোচন

ওদালগুৰি চহৰৰ মাজ মজিয়াত থকা বিশ্বশান্তি নেপালী বিদ্যামন্দিৰৰ পৰিসৰত থকা গোৰ্খা ভৱনৰ সভাকক্ষত যোৱা ৪ অক্টোবৰ তাৰিখে অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিৰ সভানেত্ৰী ইন্দিৰা গৌতমৰ সভাপতিত্বত সম্পন্ন হোৱা সভাত ওদালগুৰি ক্ষেত্ৰৰ অগ্ৰণী
Read More...

ভেৰগাঁ‌ও আঞ্চলিক এবছুৰ উদ্যোগত ১৪ বাৰ্ষিক মহিলা ফুটবল চেম্পিয়নশ্বিপ।

দালগুৰি জিলা ভেৰগাঁ‌ও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁ‌ও আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত ৫ অক্টোবৰ মঙ্গলবাৰে ১৪ তম মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সুভাৰম্ভণি কৰে।"৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হব লগা মহিলা ফুটবল
Read More...

লামডিঙত কৃত্ৰিম বানপানী,ৰেল বিভাগৰ অতি নিম্ন মানৰ কাম কৰাৰ বাবেই ৰাইজৰ অভিযোগ

 হোজাই জিলাৰ ৰেল নগৰী লামডিঙত যোবা কালি দুপৰীয়াৰ ভাগত অকনমান বৰষুন দিয়াৰ পিছত লামডিঙ শহৰৰ মাজ মজিয়াত থকা বি কম ডিৰ পৰা বি এম বি স্কুল আৰু বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীৰ ৰুপ ধাৰণ কৰিছে। এক হাটু পানী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত
Read More...

ৰাছিয়াৰ দলটোৱে মহাকাশত প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে আজি ৰাওনা হ’ব

আজি সমগ্ৰ বিশ্বই মহাকাশক্ষেত্ৰত এক ঐতিহাসিক সুযোগৰ সাক্ষী হ'ব। ইতিহাসটো ৰাছিয়াৰ দ্বাৰা সৃষ্টি কৰা হ'ব যিয়ে আজি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰথম চলচ্চিত্ৰ কৰ্মী প্ৰেৰণ কৰিব। চলচ্চিত্ৰখনৰ শিৰোনাম হৈছে 'দ্য
Read More...