অসম

ধিঙত শোকাবহ পথ দুৰ্ঘটনা! এজন ছাত্ৰ থিতাতে নিহত; আন এজনৰ অৱস্থা সংকটজনক!

ধিং মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মহাবিদ্যালয় খনৰ এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আন এজন ছাত্ৰ গুৰুতৰ ভাৱে আহত হয়৷ নিহত...

ৰে’ল বিভাগত এশ শতাংশ থলুৱা নিবনুৱা যুৱক-যুৱতীক নিযুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ…

আজি ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মৃন্ময় কুমাৰ ডেকা,আৰু সাঃ সম্পাদক নৱ জ্যোতি কুমাৰৰ নেতৃত্বত ৰঙিয়াত ৰাজধানী এক্সপ্রেস ৰেল গাড়ী খন ৰখোৱাৰ দাৱীত লগতে...

বৰশিল আশ্ৰম পৰিচালনা সমিতিৰ উদ্যোগত ৮০ তম বাৰ্ষিক শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

বিগত বছৰৰ দৰে এইবাৰো কমলপুৰৰ নিকটবৰ্তী বৰগাঁৱৰ ভূতাত্ত্বিক ভাবে আৰু ঈশ্বৰক গুণ গৰিমাৰে সমৃদ্ধ বৰশিল আশ্ৰমত বৰগাঁও আৰু নিকটবৰ্তী আঞ্চলিক ৰাইজে মিলি অহা ২১,২২...

নাগালেণ্ডৰ ৱোখাত ভোট ক্ৰয়ৰ প্ৰয়াস কৰি থকা অৱস্থাত মুদ্ৰাৰ নোটৰ বাণ্ডিলসহ ধৰা পৰিল ৰাজনৈতিক এজেণ্ট

মঙলবাৰে নাগালেণ্ডৰ ৱোখা জিলাত ভোটাৰক উৎকোচ দিয়া আৰু ভোট ক্ৰয় কৰাৰ অভিযোগত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ দুজন এজেণ্টক আটক কৰা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি,...

ঋতুশ্ৰাৱৰ সময়ত ল’ব লগা পৰিষ্কাৰ-পৰিচ্ছন্নতা শীৰ্ষক প্ৰশিক্ষণ

আজিৰ পৰা বৰপেটা জিলাৰ সমগ্ৰ শিক্ষাৰ উদ্যোগত বিদ্যালয়সমূহৰ নোডেল শিক্ষকসকলৰ মাজত ঋতুশ্ৰাৱৰ সময়ত ল’ব লগা পৰিষ্কাৰ-পৰিচ্ছন্নতা শীৰ্ষক এক প্ৰশিক্ষণ এদিনীয়াকৈ বৰপেটা জিলাৰ তৰুণৰাম ফুকন...

Popular