Breaking

Browsing Category

অসম

বজালীত পৰ্যালোচনা সভাত মন্ত্ৰী বিমল বৰা

বজালী জিলাৰ অভিভাৱক মন্ত্ৰীৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰাই বুধবাৰে বজালী জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত প্ৰথমখন পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে। তেওঁ অংশগ্ৰহণ কৰি বজালীৰ ঐতিহ্যক স্মৰণ কৰি শিক্ষা-দীক্ষা,
Read More...

আচঁনি আছে পানী নাই ।ওৰাঙত কোটি টকীয়া তিনিখন জলসিঞ্চন আচঁনি আজিও কাৰ্যক্ষম নহল

ওদালগুৰি জিলাৰ মাজবাটত ৰাজহ চক্ৰৰ ওৰাং মৌজাত বিগত বিশ বছৰ আগতে স্থাপন কৰা হৈছিল তিনিখন জলসিঞ্চন আচঁনি । গৰুবন্ধা, বগৰীবাৰী আৰু পাকৰীবাৰীত তদানীন্তন কংগ্ৰেছ চৰকাৰে  কোটি টকা  ৰাজকোষৰ ধন ব্যয় কৰি এই আঁচনি স্থাপন কৰিছিল ।উদেশ্য আছিল ওৰাং
Read More...

হোজাইত কোভিড পৰিস্থিতিক লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক, পৰিদৰ্শন কৰিলে ভেকচিন প্ৰদান…

হোজাই জিলাৰ কোভিড পৰিস্থিতিৰ বুজ ল’বলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি জিলাখনত উপস্থিত হয়। দুপৰীয়া শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপায়ুক্ত কাৰ্যালয়ত কোভিড পৰিস্থিতিক লৈ এক পৰ্যালোচনা
Read More...

নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কুখ্যাত ৰাজা আলি

ডিব্ৰুগড়ত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ।ডিব্ৰুগড়ৰ আন এক পুৰণি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজা আলি এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল।এই ড্ৰাগছ বিৰোধী অভিযানত ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হয় কুখ্যাত
Read More...

ৰে’লৰ আগত জপিয়াই আত্মহত্যা ড্ৰাগছ আসক্তৰ।

ৰে’লৰ আগত জপিয়াই আত্মহত্যা এজন ড্ৰাগছ আসক্ত লোক এজনৰ। আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা লোকজনৰ নাম ৰমেন দাস(৩২)।জানিব পৰা দিয়া অনুসৰি দীৰ্ঘদিনে ড্ৰাগছ সেৱন কৰি পত্নী আৰু মাতৃক নিৰ্যাতন চলাই আহিছিল ৰমেন দাসে। আত্মহত্যাৰ আগমুহূৰ্ততো
Read More...

কুৰিয়াৰত অসমলৈ সৰবৰাহ মাৰাত্মক ড্রাগ্ছ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে৷ নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ এ টি চি কুৰিয়াৰ সেৱাৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে৷ মুঠ ২ লাখ
Read More...

BREAKING অসম আৰক্ষীয়ে ১ লাখ টকাৰ নগত ধন আগবঢ়ালে বৰসিং বেক

DGPয়ে মৰমতে ঘোচা মাৰি ১ লাখ টকাৰ নগত ধন আগবঢ়ালে বৰসিং বেকIহোমগাৰ্ড বৰছিং বে'ক সম্বৰ্ধনা অসম আৰক্ষীৰ। ১ লাখ টকা নগদ ধন হোমগাৰ্ড বৰছিং বে'ক। ১২ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছিল হোমগাৰ্ডজনে। আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান।
Read More...

শিৱসাগৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত : ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আজি পৰিদৰ্শন কৰে  অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। শিৱসাগৰ জিলা ভ্ৰমণ কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজমাই চাহ বাগিচা, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী
Read More...

শতাধিক গাঁও স্পৰ্শ কৰিব পৰা পথৰ দুৰৱস্হা

কামৰূপ জিলাৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনৰ পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত শিংখাট উপ_পথত  কলহী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত শতাধিক গাঁৱ স্পৰ্শ কৰিব পৰা পথটোৰে এতিয়া সম্পূৰ্ণ ৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে।যাৰ ফলত ছয়গাঁও
Read More...

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ টিকাকৰণ অভিযান পৰিদৰ্শন

মাননীয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চলিত টিকাকৰণ অভিযান পৰিদৰ্শন কৰিবলৈ আজি মহানগৰৰ বিভিন্ন চিভিচি পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁৰ সৈতে উপস্থিত থাকে মহানগৰ উপযুক্ত শ্ৰী বিশ্বজিৎ পেগু ,আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল।
Read More...