Breaking

Browsing Category

অসম

চহা কৃষকৰ ৰ’দ-বৰষুণৰ সম্বল মূৰৰ টকৌপাতৰ জাপি বিলুপ্তিৰ পথত

চহা কৃষকৰ ৰ'দ- বৰষুণৰ আকৰ টকৌপাতৰ জাপিৰ অস্তিত্বলৈ সংকট ;  জাপিৰ পৰিৱৰ্তে কৃষকৰ মূৰত উঠিল বুটাম টিপা ছাতি-ৰেইনকোট  অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ পৰা চকুৰ পলকতে এপদ-এপদকৈ আধুনিকতাৰ গ্ৰাসত পৰি বিলুপ্ত হৈ যাবলৈ ধৰিছে ঐতিহ্যপূৰ্ণ সম্পদ সমূহ।
Read More...

BREAKING মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ‘মাডাৰ্ছ অল্ড এজ হোম’ত উপস্থিত মন্ত্ৰী অজন্তা…

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই 'মাডাৰ্ছ অল্ড এজ হোম'ত উপস্থিত হ’লগৈ বিত্ত তথা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰিলে। অজন্তা নেওগে মণিকা আৰু উৎপলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমস্যা
Read More...

BREAKING অৱশেষত সন্ধান লাভ শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এটা মন্দিৰত আশ্ৰয় লৈ আছিল সন্দীপ জালানে। গুৱাহাটীৰ অভিজাত ব্যৱসায়ীক প্ৰতিষ্ঠান শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ সন্ধান উত্তৰ প্ৰদেশৰ বাৰাণসীত লাভ কৰা হৈছে।বাৰাণসীৰ এটা মন্দিৰত আশ্ৰয় লৈ আছিল সন্দীপ জালানে।সন্দীপ
Read More...

কোৰিয়াৰ আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অসমৰ ছুটি ছবি “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক”লৈ শ্ৰেষ্ঠ পৰিচালকৰ…

কুলদীপ মেধিৰ দ্বাৰা পৰিচালিত “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক” নামৰ ছুটি ছবিখনে কোৰিয়াৰ এপোৰিয়া ইন্টাৰনেচনেল ভিলেজ ফিল্ম ফেষ্টিভেলত ‘শ্ৰেষ্ঠ পৰিচালক’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতত অনুষ্ঠিত হোৱা নাৱাডা ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত
Read More...

উত্তৰ–পূর্বাঞ্চলত বন্ধ ৰন্ধন গেছৰ সৰবৰাহ

নর্থ–ইষ্ট পেক এলপিজি ড্রেন্সপ’টাৰ এছ’চিয়েচনে’ তেওঁলোকৰ বিভিন্ন দাবীৰ সমর্থনত আজিৰে পৰা অনির্দিষ্টকালীন ধর্মঘট কার্যসূচী হাতত লৈছে৷ আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰা এই ধর্মঘটৰ ফলত উত্তৰ গুৱাহাটী ৰন্ধন গেছ বটলিং প্লাণ্টকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ
Read More...

শ্বোহামৰ চিই’ সন্দীপ জালান নিৰুদ্দিষ্ট

মহানগৰীৰ শ্বোহামৰ মুখ্য কার্যবাহী বিষয়া তথা প্রতিষ্ঠিত ব্যৱসায়ী সন্দীপ জালান কালিৰে পৰা সন্ধানহীন হৈ আছে৷ প্রাপ্ত খবৰ অনুসৰি কালি বিয়লি খোজ কাঢ়িবলৈ ঘৰৰ পৰা ব্যৱসায়ীজনে ওলাই আহে যদিও নিশা পর্যন্ত তেওঁ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে
Read More...

নতুন উদ্যমেৰে পৰিচালনা কৰাৰ সংকল্প উৎপল–মণিকাৰ

ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৭৫গৰাকী অশীতিপৰ আইতাৰ আশ্রয়স্থল হাতীগাঁৱৰ মাদাৰ বৃদ্ধাৱাসত যোৱা কিছুদিন ধৰি চলি থকা বিতর্কক লৈ আইতাসকলৰ অধিকাংশই তীব্র অসন্তুষ্টি প্রকাশ কৰিছে৷ মাদাৰ বৃদ্ধাৱাসৰ প্রতিষ্ঠাপক সভাপতি উৎপল হর্ষবর্ধন আৰু সম্পাদক মণিকা
Read More...

ৰাজ্যিক বিজেপিলৈ সতৰ্কবাণী তৃণমূল কৰ্মীৰ : প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ বিজেপি গমনৰ কুচ-কাৱাজত…

 কেন্দ্ৰীয় নেতৃত্বৰ বঞ্চনাৰ বেদনা মাৰ নৌ যাওঁতেই পুনৰ মাজুলীবাসীৰ মূৰত যেন আকাশী সৰগ ভাগি পৰিছে ৷ মাজুলীবাসীৰ অতিকৈ মৰমৰ তথা হিয়াৰ আমঠু সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণৰ পূৰ্বেই তৃণমূল কৰ্মীৰ আবেগ অনুভূতিত মোক্ষম
Read More...

ৰেলযাত্ৰীলৈ সুবিধা,গুৱাহাটী জম্মু তবীলৈ চলিব দুখন সাপ্তাহিক ৰেল

উত্তৰ পূব সীমান্ত ৰেলৱেই চলিত জুন আৰু জুলাই মাহৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত  গুৱাহাটী আৰু জম্মু তবীৰ মাজত দুখন সাপ্তাহিক ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দই এই
Read More...

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ !প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ! অনাগত ৫ দিনত প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা, সেমেকা বতৰৰ লগতে হ’ব বিজুলী ঢেৰেকনি, অসম আৰু মেঘালয়ত বজ্ৰপাত হোৱাৰ সম্ভাৱনা, এই ঘোষণা বতৰ বিজ্ঞান কেন্দ্ৰৰ
Read More...