Breaking

Browsing Category

অসম

নলবাৰী জিলা ৰান্ধনী সন্থাৰ তথৈবচ অবস্থা : সাহাৰ্য্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান

কোভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ বাবে পৰিপ্ৰেক্ষিতত গুৰুত্ব প্ৰদান কৰি চৰকাৰে জাৰি কৰিছে সান্ধ্য আইন । কিন্তু এই সান্ধ্য আইনৰ সময়চোৱাত এতিয়া দিন-হাজিৰা,মজদুৰী কৰা শ্ৰমজীৱী লোক সকলক কৰ্মৰ অভাৱত আৰ্থিক ভাৱে জুৰুলা হব লগা
Read More...

কানাডাৰ পৰা বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰলৈ আহিল ৫,২৭৪ কেজি অক্সিজেন

ক'ভিড কেন্দ্ৰীক পৰিস্থিতিত আক্ৰান্ত লোকসকল চিকিৎসালয়ত যাতে অক্সিজেনৰ নাটনীত ভুগিব লগা নহয় তাৰ বাবে  ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়েও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । এই ব্যৱস্থাৰ অধীনত ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়ে চিকিৎসালয় সমূহত ৰোগীৰ বাবে 
Read More...

ডিমৌৰ ধেমেচীত নিতৌ দহ-পোন্ধৰ বিঘা মাটিত হাল বাই পিতৃক সহায় কৰিছে দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীয়ে

ধৰাৰ বুকুলৈ পলমকৈ হলেও বৰষুণজাক নামি অহাৰ লগে লগে এতিয়া গাঁৱে গাঁৱে চহা কৃষকৰ ব্যস্ততা বাহি আহিছে। যিহেতু  কৃষক সকলে এতিয়া সপোন দেখিছে কেৱল খেতিৰ মাটি দৰাত কেনেকৈ সময়মতে কঠিয়া ৰূপন কৰি বছৰটোৰ বাবে ভাত মুঠি যোগাৰ কৰিব পাৰি। এই সময় হৈছে
Read More...

নামখলাত নিজ সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ উদ্যোগত বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন

নিজসৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ উদ্যোগত সৰাবাৰী শাখা সাহিত্য সভাৰ সহযোগত অসমৰ জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গণশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয় ৷ ক’ভিড প্ৰট'কলৰ নিয়ম অনুসৰি অনুষ্ঠিত কৰা অনুষ্ঠানৰ ক্ৰীড়া
Read More...

চাবুৱাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সোঁৱৰণ

ক'ৰোণা ভাইৰাছৰ ভয়াবহতাৰ মাজতে সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু দিৱস আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে চাবুৱাতো সম্পূৰ্ণ ক'ভিডৰ প্ৰট'কল অনুসৰণেৰে অনুষ্টুপীয়াকৈ পালন কৰে । বালিজান চাইডিঙত চাবুৱা সংগীত
Read More...

কোকৰাঝাৰৰ অভয়াখুটিৰ ধৰ্ষণ কাৰীক ফাচী দিয়াৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ

যোৱা ১১ জুন তাৰিখে কোকৰাঝাৰ জিলাৰ অভয়াখুটিত সংঘটিতত নৃশংস হত্যা কাণ্ডৰ উচিত তদন্ত কৰি নৰপিশাসক কেইটাক ফাষ্ট্ৰেক্ট আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া চলাবলৈ ফাঁ‌চী দিয়াৰ দাবীত ওদালগুৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে ভেৰগাঁওত
Read More...

নলবাৰীৰ ক্ৰীড়াক আৰু অধিক আগবঢ়াই নিয়াৰ বাবে বিধায়ক জয়ন্তমল্ল বৰুৱাৰ তৎপৰতা

নলবাৰীৰ ক্ৰীড়াক আৰু অধিক সক্ৰিয় কৰিবলৈ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ সচিব জয়ন্তমল্ল বৰুৱাই উঠিপৰি লাগিছে। নৱদ্বীপ খ্যাত নলবাৰীক শিক্ষাৰ লগতে  ক্ৰীড়াৰ জড়িয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লৈ যোৱা কালি আধৰুৱা হৈ থকা নৰ্থ কামৰূপ
Read More...

ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস পালন

সমগ্ৰ অসমৰ লগতে ভেৰগাঁও মহকুমা সদৰস্থিত বিষ্ণু প্ৰসাদ ৰাভা ভৱনৰ প্ৰাংগণতো জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গণশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ পৱিত্ৰ স্মৃতি দিৱস উদযাপন কৰা হয় ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,ভেৰগাঁও ৰাভা জাতীয়
Read More...

লাহৰীঘাটত পৰ্টেলৰ দুই সাংবাদিক আটক

দাবী কৰা ধন নিবলৈ আহি   যোৱা কালি  শনিবাৰে  লাহৰীঘাটত আটক হ'ল নিউজ পৰ্টেলৰ গুৱাহাটীৰ দুই সাংবাদিক। লাহৰীঘাটত পঞ্চায়ত সভানেত্ৰীৰ পৰা টকা নিবলৈ গুৱাহাটীৰ পৰা আহিছিল দুই  সাংবাদিক। নিউজ পৰ্টেল " নিউজ 30 " ৰ এই দুই সাংবাদিক হৈছে পৰ্টেলটোৰ
Read More...

আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী আৰু বন বিষয়া শান্তনা মেধিৰ সফল অভিযান

গোৱালপাৰা জিলাৰ গোৱালপাৰা সদৰ বনাঞ্চলিকৰ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত চলা এটাৰ পিছত এটা সফল অভিযানে অঞ্চলটোৰ বন ধংসকাৰী কাঠ মাফিয়াৰ নিদ্ৰা হৰণ কৰিছে। ঘটনাৰ বিবৰণি মতে যোৱা নিশা ৯:৩০ মান বজাত আগিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
Read More...