Breaking

Browsing Category

অসম

চেন্নাই চিৰিয়াখানাত ৪ টা সিংহৰ দেহত ডেল্টা প্রকৰণৰ ক’ৰোনা

চেন্নাইৰ আৰিগনাৰ আন্না চিৰিয়াখানাত ক’ভিড-১৯ ৰ ফলত দুটা সিংহৰ মৃত্যু হোৱাৰ এসপ্তাহৰ পিছত, চাৰিটা সিংহৰ দেহত ক’ভিড-১৯ৰ ডেল্টা ভেৰিয়েণ্টৰ (বি.1.617.2) পজিটিভ পোৱা গৈছে। আৰিগনাৰ আন্না চিৰিয়াখানাই ক’ভিডৰ পৰীক্ষাৰ বাবে ১১ টা সিংহৰ নমুনা
Read More...

সোমবাৰৰ পৰা ৰাজ্যত দৈনিক ৩ লাখ ভেকচিন দিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

অহা ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হ’বলগীয়া বৰ্ধিত টিকাকৰণ অভিযান সন্দৰ্ভত ৰাজ্যখনৰ সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু চিকিৎসা মহাবিদ্যালয়কেইখনৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে
Read More...

হোজাইত বন বিভাগৰ অভিযানত জব্দ চাৰি লাখ টকাৰ চোৰাং কাঠ

হোজাইত বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে চাৰি লক্ষাধিক টকাৰ চোৰাং কাঠ। ডি এফ অ গুনদীপ দাসে লাভ কৰা এক গোপন সূত্ৰৰ ভিত্তিত দিয়া নিৰ্দেশত বন সুৰক্ষা বাহিনীৰ মহেশ নাথ আৰু কেভি ৰেঞ্জৰ উৎপল ডেকাই চলাই অভিযান। বিষয়াদ্বয়ে মোৰাঝাৰ আৰক্ষী
Read More...

ধুবুৰীত বগা চাউলৰ ক’লা বেহা

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত জব্দ হয় চাউলভৰ্তি নাওঁ। বাংলাদেশলৈ সৰবৰাহ কৰা চাউলভৰ্তি নাওঁ জব্দ কৰে আৰক্ষীয়ে। বিলাসীপাৰাৰ পৰা দক্ষিণ শালমাৰা অভিমুখে বৃহৎ পৰিমানৰ চোৰাং চাউল বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়তে ব্ৰহ্মপুত্ৰত জব্দ কৰে আৰক্ষীয়ে। ধুবুৰী
Read More...

চৰকাৰী গাওঁবুঢ়া অবিহনে চলিছে এটা বৃহত্তৰ অঞ্চল ।

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধিনস্থ বৃহত্তৰ লহকৰ ঘাট গাঁৱত । দীৰ্ঘদিন ধৰি চৰকাৰী গাঁওবুঢ়া নথকাত ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছে । এখন চৰকাৰী গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ কিম্বা এটা চহীৰ বাবে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ
Read More...

চাৰিজন ছাইবাৰ অপৰাধীক প্ৰেপ্তাৰ লাহৰীঘাটত

মৰিগাঁও জিলাৰ  লাহৰীঘাট আৰক্ষীৰএক সফলতা । লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা বহু আপত্তি জনক সামগ্ৰীৰ লগতে চাৰি গৰাকী ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অপৰাধী কেইজন হৈছে গৰৈমাৰী গাঁৱৰ ৰাজিবুল
Read More...

পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত নিজ সৰাবাৰীত কৃত্ৰিমভাৱে পানী নিষ্কাশন

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত খাটৰদলৰ নিকটবৰ্ত্তী নিজ সৰাবাৰী, চিনাকোনা, শালৈপাৰা গাওঁৰ প্ৰায় ২০০০ পৰিয়ালৰ খেতি মাটি ২৫ বছৰ ধৰি পানীৰ তলত বুৰ গৈ আছিল ৷ এজাক ডাঙৰ বৰষুণৰ ফলত এই অঞ্চলৰ ৰাইজ কৃত্ৰিম বানত খেতি মাটি বুৰ যায় ৷ উল্লেখ্য যে
Read More...

ৰঙিয়াৰ উচ্চশিক্ষিত যুৱক ,ব্ৰাইট কোটচিং চেন্টাৰৰ স্বত্তাধিকাৰী ৰেকিব আহমেদৰ প্ৰশংসনীয় পদক্ষেপ।

লকডাউনৰ সময়চোৱাত সমাজৰ দুৰ্গত সকলৰ কাষত থিয় দিলে শিক্ষানুষ্ঠানটোৰ স্বত্তাধিকাৰী তথা ছাত্ৰ-ছাত্ৰী সকলে । প্ৰায় ২১ টাকৈ পৰিয়ালৰ ৰোগীৰ ঔষধ ক্ৰয়ৰ নামত আগবঢ়ালে নগদ ৫०० টকাকৈ । ইয়াৰ ওপৰিও প্ৰতিদিনেই পদপথত বাস কৰা লোকক যোগান ধৰিছে
Read More...

জামুগুৰিহাটত সাংস্কৃতিক কৰ্মীৰ ঘৰত দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিলে ৫০টাকৈ হাঁহ।

জামুগুৰিহাটৰ কুসুমটোলাত সাংস্কৃতিক কৰ্মী ৰাজীৱ বৰঠাকুৰৰ ঘৰত আজি কোনো দুষ্কৃতিকাৰীয়ে বিহ দি ৫০টাকৈ হাঁহ নিধন কৰে।কৰ'ণা মহামাৰীয়ে সাংস্কৃতিক জগতখনলৈও স্হবিৰতা আনি দিয়াৰ পাছত সাংস্কৃতিক কৰ্মী গৰাকীয়ে সাময়িকভাৱে অভিনয় জগতখন এৰি ঘৰলৈ ঘুৰি আহি
Read More...

ওদালগুৰিত গ্ৰেপ্তাৰ ৪জন চোৰাং গৰু ব্যৱসায়ী

ওদালগুৰিৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ১৭জুনৰ পুৱতি নিশা ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুখুৰী গাওঁৰ পৰা ৪ জন চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে‌।ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জনাই যে-স্হানীয়লোকৰ সহযোগত ১৭জুনৰ নিশা ৰাণীপুখুৰী নিবাসী
Read More...