Breaking

Browsing Category

অসম

কোকৰাঝাৰৰ অভয়াখুটিৰ ধৰ্ষণ কাৰীক ফাচী দিয়াৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ

যোৱা ১১ জুন তাৰিখে কোকৰাঝাৰ জিলাৰ অভয়াখুটিত সংঘটিতত নৃশংস হত্যা কাণ্ডৰ উচিত তদন্ত কৰি নৰপিশাসক কেইটাক ফাষ্ট্ৰেক্ট আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া চলাবলৈ ফাঁ‌চী দিয়াৰ দাবীত ওদালগুৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে ভেৰগাঁওত
Read More...

নলবাৰীৰ ক্ৰীড়াক আৰু অধিক আগবঢ়াই নিয়াৰ বাবে বিধায়ক জয়ন্তমল্ল বৰুৱাৰ তৎপৰতা

নলবাৰীৰ ক্ৰীড়াক আৰু অধিক সক্ৰিয় কৰিবলৈ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ সচিব জয়ন্তমল্ল বৰুৱাই উঠিপৰি লাগিছে। নৱদ্বীপ খ্যাত নলবাৰীক শিক্ষাৰ লগতে  ক্ৰীড়াৰ জড়িয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লৈ যোৱা কালি আধৰুৱা হৈ থকা নৰ্থ কামৰূপ
Read More...

ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস পালন

সমগ্ৰ অসমৰ লগতে ভেৰগাঁও মহকুমা সদৰস্থিত বিষ্ণু প্ৰসাদ ৰাভা ভৱনৰ প্ৰাংগণতো জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গণশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ পৱিত্ৰ স্মৃতি দিৱস উদযাপন কৰা হয় ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,ভেৰগাঁও ৰাভা জাতীয়
Read More...

লাহৰীঘাটত পৰ্টেলৰ দুই সাংবাদিক আটক

দাবী কৰা ধন নিবলৈ আহি   যোৱা কালি  শনিবাৰে  লাহৰীঘাটত আটক হ'ল নিউজ পৰ্টেলৰ গুৱাহাটীৰ দুই সাংবাদিক। লাহৰীঘাটত পঞ্চায়ত সভানেত্ৰীৰ পৰা টকা নিবলৈ গুৱাহাটীৰ পৰা আহিছিল দুই  সাংবাদিক। নিউজ পৰ্টেল " নিউজ 30 " ৰ এই দুই সাংবাদিক হৈছে পৰ্টেলটোৰ
Read More...

আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী আৰু বন বিষয়া শান্তনা মেধিৰ সফল অভিযান

গোৱালপাৰা জিলাৰ গোৱালপাৰা সদৰ বনাঞ্চলিকৰ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত চলা এটাৰ পিছত এটা সফল অভিযানে অঞ্চলটোৰ বন ধংসকাৰী কাঠ মাফিয়াৰ নিদ্ৰা হৰণ কৰিছে। ঘটনাৰ বিবৰণি মতে যোৱা নিশা ৯:৩০ মান বজাত আগিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
Read More...

আজি গোগামুখলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাঃ উদ্বোধন কৰিব মিচিং স্বায়ত্তশাসিত পৰিষদৰ অভিলাষী অতিথিশালা

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ধেমাজি জিলাৰ গোগামুখলৈ আহিব মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ গোগামুখ চেতিয়া গাঁৱত  মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মিত অভিলাষী অতিথিশালা উদ্বোধন কৰিব আৰু বিধায়ক
Read More...

খেতি পথাৰৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম গৰু-ম’হৰ হালেৰে মাটি চহোৱাৰ মাদকতা

হালৰ গৰু- ম'হ হাল হ'ল কৃষক সকলৰ এক এৰাব নোৱাৰা সম্পদ।যাৰ অৱৰ্তমানত কৃষকৰ ঘৰ-পৰিয়াল চলাই নিয়াৰ যেন কল্পনাই কৰিব নোৱাৰি। ৰাজ্যখনৰ প্ৰায় ৮০ শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰে।যি সকলৰ অৰ্থনীতিৰ মূল বুুুনিয়াদ হিচাপে হালৰ গৰু- ম'হ হালৰ কথাকেই
Read More...

কলাগুৰুৰ সমাধিত নৃত্য-গীতৰ দ্বাৰা একাজলী শ্ৰদ্ধাঞ্জলি

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ মৃত্যু তিথিত তেখেতৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কলাগুৰুৰ জেষ্ঠ পুত্ৰ তথা তেজপুৰ সমস্তিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই। লগতে সহযোগ কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেন চন্দ্ৰ দাসে।
Read More...

দলং নিৰ্মাণৰ দাবীত বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদঃ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ…

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথত বালিজানত থকা ভগা দলং নিৰ্মাণৰ দাবীত
Read More...

গুৱাহাটীক ড্ৰাগছমুক্ত কৰিবলৈ তৎপৰ আৰক্ষী, SOGৰ অভিযানত ড্ৰাগছসহ জালত পৰিল এজন

মিছন ড্ৰাগছমুক্ত অসমক লৈ তৎপৰ অসম আৰক্ষী। এই মিছনক বাস্তৱ ৰূপ দিবলৈ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ৰণচালি অব্যাহত ৰাখিছে। ড্ৰাগছ নামৰ এই মাৰাত্মক বৰবিহবিধক সমূলি নিঃশেষ কৰিবলৈ পশ্চিম গুৱাহাটী আৰক্ষী জিলাত গঠন কৰা স্পেচিয়েল অপাৰেশ্যন
Read More...