Breaking

Browsing Category

শিক্ষা

কটন বিশ্ববিদ্যালয়ত ৪৪ সংখ্যক আই আই জি বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠান

কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত অহা ২২ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় ভূগোলবিদ প্ৰতিষ্ঠান(IIG)ৰ ৪৪ সংখ্যক বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব।‘কাইলৈ গঢ় দিয়া: আন্তঃসংযোগী পৃথিৱীত সমাজ,
Read More...

ছিৰাজুল হক হাইস্কুলত ৭২ লাখ টকা ব্যায়েৰে চাৰি কোঠাযুক্ত বিদ্যালয়গৃহৰ আধাৰশিলা স্থাপন বিধায়ক…

দৰঙৰ দলগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে মঙ্গল বাৰে দিনজোৰা কাৰ্যসূচীৰে শিলবৰী ছিৰাজুল হক হাইস্কুলত অতিৰিক্ত চাৰি কোঠাযুক্ত বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰা অতিৰিক্ত
Read More...

টেম্প’ চলাই পৰিয়াল পোহপাল দিব লগীয়া হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকে

যি সময়ত ৰাজ্যৰ কৰ্মচাৰী সকলে নতুন পেঞ্চন নীতি চমুকৈ এন পি এচৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।সেই সময়তে অৱসৰপ্ৰাপ্ত এজন শিক্ষকৰ কৰুণ কাহিনী পোহৰলৈ আহিছে। নগাঁও জিলাৰ জাজৰিৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী এইয়া। অৱসৰ গ্ৰহণৰ পিচত এন পি এচৰ
Read More...

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ ! প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১২খন…

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল'ব ৰাজ্যৰ ১২খন জিলাক৷ তালিকাত বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং,
Read More...

দূৰ আৰু অনলাইন নামভৰ্তিৰ বাবে আবেদন

গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ (GUCDOE)ৰ অধীনত নতুন শৈক্ষিকবৰ্ষৰ বাবে দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীত (ONLINE MODE) নামভৰ্তিৰ বাবে আবেদনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অসমীয়া,
Read More...

লাহৰীঘাটত অসম ভিত্তিত প্ৰতিভা সন্ধানী পৰীক্ষা শান্তিপূর্ণ ভাবে সম্পন্ন

অসম চৰকাৰৰ প্ৰতিভা সন্ধানী পৰীক্ষা দেওবাৰে সমগ্র অসমতে অনুষ্ঠিত হয়। তাৰে লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰতো শান্তি পূর্ণ ভাৱে প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন হয়।
Read More...

অসমৰ দুই হাজাৰো অধিক বিদ্যালয়ত শৈক্ষিক মাৰ্গদৰ্শন প্ৰদান…

অসমৰ দুই হাজাৰো অধিক বিদ্যালয়ত শৈক্ষিক মাৰ্গদৰ্শন প্ৰদান দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যৰ ব্যতিক্ৰমী প্ৰয়াস যিটো সময়ত ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলে অৱসৰৰ পাছত ঘৰতে থাকি নিজৰ পৰিয়ালৰ কথাত নিমজ্জিত হৈ
Read More...

গুজৰাটৰ বিদ্যালয়ত পৰিপূৰক পাঠ্যপুথি হ’ল ভগৱৎ গীতা…

গুজৰাটৰ বিদ্যালয়ত পৰিপূৰক পাঠ্যপুথি হ’ল ভগৱৎ গীতা। ৰাজ্য খনৰ চৰকাৰে শিক্ষাৰ্থী আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্যৰে অতিৰিক্ত পাঠ্যপুথি হিচাবে 'ভগৱৎ গীতা' প্ৰৱৰ্তন কৰিছে। আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৬ ৰ পৰা
Read More...

সৰুপথাৰৰ ৫ বিদ্যালয়ত ডিজিটেল লাইব্ৰেৰীৰ আধাৰশীলা স্থাপন বিধায়ক বিশ্বজিৎ ফুকনৰ

ৰাজ্য চৰকাৰে প্ৰযুক্তি বিদ্যাৰ সহায়ত শিক্ষা ব্যৱস্থাটো উন্নত মানদণ্ডৰ কৰি তোলাৰ উদেশ্যে বিদ্যালয় সমূহত ডিজিটেল মাধ্যমৰ শিক্ষা দানৰ ব্যৱস্থা কৰিছে ৷ সৰুপথাৰ সমষ্টিৰ ৪০ খন বিদ্যালয়ত ১৬ লাখ পুঁজিৰে
Read More...

ৰাজ্যৰ শিক্ষকলৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ ! অনুমতি অবিহনে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব কোনো…

ৰাজ্যৰ শিক্ষকলৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ।অনুমতি অবিহনে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব কোনো শিক্ষকে।
Read More...