প্ৰকৃতি

২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল ডেস্কঃ কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ কোভিড প্ৰট'কল মানি অহা ২১ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যৰ মুখ্যমন্ত্ৰী...

টংলাৰ বৰজলাহত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ : দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ পুখুৰীত এৰি দিয়ে স্থানীয় ৰাইজ আৰু টংলা আঞ্চলিক ছাত্র সন্থাই

টংলা, ১১ অক্টোবৰ : ওদালগুৰি জিলাৰ ভেৰগাঁৱ মহকুমাৰ অন্তৰ্গত টংলাৰ বৰজলাহত ৰবিবাৰে এটা ২৫-৩০ কেজি ওজনৰ বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে স্থানীয় ৰাইজে। হুদুমা...

১৩ গৰাকী প্ৰকৃতি প্ৰেমিক জামুগুৰিহাটত সম্বৰ্দ্ধনা

জামুগুৰিহাট : ৬৬তম বনপ্ৰাণী সুৰক্ষা দিৱস উপলক্ষ্যে আজি জামুগুৰিহাটৰ কুসুমটোলাত থকা বনবিভাগৰ পশ্চিম বনাঞ্চলিক কাৰ্য্যালয়ত বনবিভাগৰ তৰফৰ পৰা ১৩ গৰাকী প্ৰকৃতি প্ৰেমিক সম্বৰ্দ্ধনা জনোৱা...

যোৰহাট বনসংমণ্ডলৰ বন্যপ্ৰাণী সপ্তাহ উদযাপন ৷ যোৰহাটৰ পৰা মৰিয়নি গীবন অভয়াৰণ্য টীয়ক হৈ সজাগতা ৰেলী

ভগামুখঃ যোৰহাট বনসংমণ্ডলৰ অধীনৰ যোৰহাট আৰু মৰিয়নি আঞ্চলিক বন কাৰ্যালয়ৰ উদ্যোগত ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে সাতদিনীয়াকৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে ৷ ইয়াৰ...

নাজিৰা অ’এনজিচিৰ কাৰ্যালয়ৰ ভিতৰত নিশা নাহৰফুটুকীৰ মুকলি বিচৰণ

গেলেকী : নাজিৰাস্থিত অ'এনজিচি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত নিশা বাঘৰ আতংক। ভিতৰত বাঘ, বাহিৰত কৰ্মচাৰী। নাজিৰা অ'এনজিচি কাৰ্যালয়ত নাহৰফুটুকীৰ বিচৰণ। নিগমৰ গাতে লাগি...

Popular