Breaking

Browsing Category

প্ৰকৃতি

দেওবাৰৰ বাবে অসমকে ধৰি কেইবাখনো ৰাজ্যত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেওবাৰৰ বাবে কেইবাখনো ৰাজ্যত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। ওড়িশা আৰু বিহাৰৰ ওপৰত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা।
Read More...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস পালন

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন। ব্যঘ্ৰ
Read More...

গড়গাঁও মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ২০০ৰো অধিক গছ পুলি ৰোপণ কাৰ্যসূচী

যি সময়ত উন্নয়নৰ নামত গছ কটাৰ প্ৰকোপ বৃদ্ধি পাই আহিছে সেই সময়ত এটিয়া এক ব্যতিক্ৰম ব্যৱস্থা গ্ৰহণ কৰিছে গড়গাঁও মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্চাসেৱক সকলে৷
Read More...

বিচ্ছিন্ন হোৱাৰ দিশে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, ধেমাজিত বানৰ সংহাৰী ৰূপ

ধাৰাবাহিক বৰষুণৰ ফলত জীয়াধলৰ পানীয়ে পুনৰ বুৰালে ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ মিটাৰৰো অধিক অংশ৷ যিকোনো মুহূৰ্ততে যাতায়ত বিঘ্নিত হোৱাৰ আশংকা ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ৷
Read More...

হালধীয়া সোণাৰু ফুলেৰে জাতিষ্কাৰ হ’ব দেৰগাঁও চহৰ; কাব্যঋষি’নীলমণি ফুকনৰ স্মৃতিত…

দেৰগাঁৱৰ ৰাইজৰ মাজলৈ আহিছে ভাল খবৰ। জ্ঞানপীঠ বঁটা বিজয়ী দেৰগাঁৱৰ সু-সন্তান কাব্যঋষি নীলমণি ফুকনৰ অন্যতম প্ৰিয় সোণাৰু গছেৰে সজাই তোলা হ'ব দেৰগাঁৱৰ মাজেৰে যোৱা ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ।
Read More...

মানালীৰ হৰপাৰ বানে উটুৱাই লৈ গ’ল ‘তাচ পাত’ৰ দৰে পাঁচ মহলীয়া হোটেল

মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এখন সম্পূৰ্ণ পাঁচ মহলীয়া হোটেল হৰপা বানে উটুৱাই লৈ গ’ল। পোহৰলৈ আহিছে ভয়ংকৰ ভিডিঅ’টো।
Read More...

উত্তৰ ভাৰতত হঠাৎ ইমান বৰষুণ কিয়? বতৰ বিজ্ঞান বিভাগে জনালে বৰষুণৰ কাৰণ…

উত্তৰ ভাৰতত হঠাতে ইমান বৰষুণ কিয় হয়, বতৰ বিজ্ঞান বিভাগে ক'লে ইয়াৰ কাৰণ। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্যত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কিন্তু উত্তৰ ভাৰতত হঠাৎ কিয় ইমান বৰষুণ হৈছে জানেনে? উত্তৰ ভাৰতকে ধৰি বহু ৰাজ্যত আৰু যোৱা
Read More...

“প্ৰকৃতিৰ সৈতে চাওঁতাল সকলৰ আছে অনন্য সম্পর্ক” -হুল দিৱসত সাংস্কৃতিক মন্ত্রী বিমল বড়া

"প্ৰকৃতিৰ সৈতে চাওঁতাল সকলৰ আছে এক অনন্য সম্পর্ক, এই কথা তেওঁলোকৰ অংগ বস্ত্ৰৰ ৰং, নৃত্যত ব্যৱহাৰ কৰা সামগ্রী আদিত পৰিস্ফূত" মহানগৰীৰ পাঞ্জাবাৰী স্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অসম চাওঁতাল ছাত্র সন্থাৰ উদ্যোগত আৰু ৰাজ্য
Read More...

ধাৰাসাৰ বৰষুণৰ মাজতে ২৬-২৮ জুনলৈ দিল্লীত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা

দেওবাৰৰ পুৱতি নিশা দিল্লী মহানগৰীৰ কিছু অংশত প্ৰবল বৰষুণ হোৱাৰ ফলত ২৬ জুনৰ পৰা ২৮ জুনলৈ দিল্লীৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে আই এম ডিয়ে। গুৰুগ্ৰামৰ কিছু অংশতো প্ৰচণ্ড বৰষুণৰ সাক্ষী হৈছিল,
Read More...

গিবন অভয়াৰণ্যত কাটা তাঁ‌ৰৰ বেৰাৰে উন্নয়নৰ নামত বন্য জীৱ কুললৈ বিপদ নমাই আনিছে নেকি বন বিভাগে?

যোৰহাট জিলাৰ একমাত্ৰ বন্যপ্ৰানী সংৰক্ষীত অভয়াৰণ্য মৰিয়নি হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰৰ বন বিভাগে অভয়াৰণ্যখনৰ জীৱ কুললৈ বিপদ নমাই আনিব পাৰে। আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড
Read More...