Breaking

Browsing Category

বিশেষ লেখা

বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য কিমান ?

আচিক আহমেদ আপুনি কেতিয়াবা ভাবিছেনে বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য কিমান ? সফলতা আৰু ধন অবিহনে জীৱনত কোনেও কাৰো আপোন হ'বলৈ নিবিচাৰে কিয়‌ ? সকলোৱে সফল ব্যক্তিৰ হাতখন বিচাৰে কিন্তু সংগ্ৰাম কৰি থকা অৱস্থাত লগত কোনেও দিব নিবিচাৰে,
Read More...

ৰৱীন্দ্ৰনাথৰ পৰিৱেশ ভাৱনা

মীনাক্ষী ৰায় ডাকুৱা বিশ্বায়নৰ যুগত পৰিৱেশ সমস্যা এক জলন্ত সমস্যা। উনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত বিশ্বকবি ৰৱীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্যচৰ্চা । শিল্প, দৰ্শনতো তেওঁৰ অবাধ বিচৰণ আছিল। কিন্তু কেনেকুৱা আছিল
Read More...

ভাৰতত ইলেকট্রিক বাহন আৰু সেউজ পৰিৱেশ

ড° বুলজিৎ বুঢ়াগোহাঁই পৰিবহণ আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনটো (Internal Combustion Engine) দ্ৰুতগতিত পুৰণি হৈ পৰিছে। বিশ্বজুৰি অটোমোটিভ উদ্যোগটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি আছে, ভাৰতো
Read More...

এজন সুখী মানুহ

মুন ৰাজবংশী, নলবাৰী এই সুন্দৰ আৰু বিচিত্র পৃথিৱীৰ এটা কোণৰ এখন সৰু গাঁওত বাস কৰা সুখ, আনন্দ, ধন সম্পত্তিৰে ভৰি পৰা চলিহাৰ পৰিয়ালটো। দিনটোৰ বেছিভাগ সময় ঘৰখনৰ বাবে টকা উপাৰ্জন কৰাতেই ব্যস্ত তেওঁ। দেৱব্ৰত চলিহাৰ ঘৰখনত কি নাই বুলি
Read More...

সঠিক মঞ্চায়নেৰে উজলিল ‘নিৰ্বাচন’ আৰু ‘বিদ্ৰোহী জনা’

- জ্যোতিপ্ৰসাদ বৰা নগাঁও এনে এখন ঠাই । য'ত বছৰটোত অতি কমেও ডেৰ কুৰি নাট মঞ্চস্থ হয় ।কেৱল নগাঁও চহৰতে মাহটোত গড়ে প্ৰায় তিনিখনকৈ নাট উপভোগ কৰাৰ সুবিধা লাভ কৰে কলংপৰীয়াসকলে ।কি শীত কাল কি গ্ৰীষ্ম কাল ।নাট নিবেদনৰ খবৰভৰ্ত্তি
Read More...

আধুনিক যুগৰ ভয়াবহ সমস্যা প্ৰদূষণ… 

প্ৰদূষণে আমাৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত যি নেতিবাচক প্ৰভাৱ পেলাইছে তাৰ বাবে এতিয়া সকলোৱে শংকিত।উত্তৰ-পূৱ ভাৰতৰ প্ৰৱেশদ্বাৰ "গুৱাহাটী" যোৱা বৰ্ষৰ বিশ্বৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে।যাৰ বাৰ্ষিক পিএম ঘনত্ব আছিল ১০৫.৪
Read More...

এতিয়া ফুল ফুলাৰ বতৰ…

জেচমিন আৰা আহমেদ বসন্ত আৰু গ্ৰীষ্মৰ মাজতেই ব্যক্তিগত কাৰণত ডিমৌৰ পৰা শদিয়ালৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলো।ৰবিবাৰৰ এই দিনটোত ফৰকাল আকাশত সূয্যৰ তিব্ৰতায়ে বাৰুকৈয়ে চকু চাট মাৰি ধৰিছিল যদিও ন বৰষুণে ধোৱাই নিয়া সমস্ত পথছোৱাই যেন আমাক আদৰিবৰহে
Read More...

ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…

✍ দিব্যজ্যোতি ভূঞা নিয়মীয়া নাট্যচৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসমৰ গ্ৰামাঞ্চলৰ এটি নিষ্ঠাবান নাট্যদল "ৰংগালয়"। ৰংগালয়ে প্ৰযোজনা কৰা নাটক সমূহে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নাট মহোৎসৱত প্ৰদৰ্শিত হৈ ভূয়সী প্ৰসংশা লাভ
Read More...

আধুনিকতাৰ অভিজ্ঞতা আৰু ধৈৰ্যৰ মাজত আমি…

বৰ্তমান সময়ত আধুনিকতাৰ ইমানেই প্ৰভাৱ পৰিব ধৰিছে ইয়াক তৎ ধৰিবলৈ কেতিয়াবা সমস্যাৰ সন্মুখীন হব লগীয়া হয় । দৈনন্দিন প্ৰতিটো বস্তুকেই আধুনিকতাৰ পৰশে স্পৰ্শ নকৰাকৈ থকা নাই । আমি পুৱা শুই উঠাৰ পৰা নিশা শোৱা লৈ প্ৰায়বোৰ কামতেই আধুনিকতাৰ প্ৰভাৱ অলপ
Read More...

সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…

নন্দেশ্বৰ মিলি বাঁহী এক লোকবাদ্য।ইয়াক বিভিন্ন নামেৰে জনা যায়।বাঁহী, বংশী, মুৰুলী, বেণু, বাঁশী আদি বিভিন্ন নামেৰে।তদুপৰি বাঁহীক বিভিন্ন জনগোষ্ঠীসকলে বিভিন্ন নামেৰে নামাকৰণ কৰা দেখা যায়।বাঁহী এবিধ স্থিৰ সুৰৰ বাদ্য।বাঁহী মুখেৰে ফুঁ দি
Read More...