মুখ্য-পৃষ্ঠা

আকৌ আৰক্ষীৰ এনকাউনণ্টাৰ : ধৰ্ষণকাৰীৰ পাছত এইবাৰ নাৰী অপহৰণকাৰীক গুলীয়ালে আৰক্ষীয়ে

বাক্সাৰ তামুলপুৰত আৰক্ষীৰ এনকাউনণ্টাৰ। ▶নাৰী অপহৰণকাৰী তথা নাৰী ব্যৱসায়ী জেহিৰুল ইছলামক গুলীয়ালে আৰক্ষীয়ে। ▶প্ৰেমৰ চলনাৰে জেহিৰুলে শিশু সহ মহিলাক অপহৰণ কৰি বিক্ৰী কৰিছিল বিহাৰৰ কিষাণগঞ্জ জিলাৰ...

১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব ভাৰতৰ প্রথমটো অলিম্পিক দল

টকিঅ’ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত ভাৰতৰ বৃহৎ দল এটাই অংশগ্রহণ কৰিব৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনত অংশগ্রহণ...

পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজি পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসুস্থ সমাজকৰ্মীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে যোৱা...

বকো বন বিভাগৰ চোৰাং কাঠৰ বিৰুদ্ধে অবিৰত অভিযান

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চল সমূহৰ মূ্ল্যৱান গছ- গছনিৰ ধ্বংসযজ্ঞ ৰুধিবলৈ  বনকৰ্মীয়ে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ এই  ক্ষেত্ৰত চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে...

চিৰাং আৰক্ষীৰ বৃহৎ সাফল্য

মটৰচাইকেল চুৰি চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সফল অভিযান । ৰাজ্যত নতুন চৰকাৰ গঠনৰ কিছু দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডʼ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ মৰ্মে...

Popular