মুখ্য-পৃষ্ঠা

লাহে লাহে শিথিল হ’ব কোভিড নিয়ম।দুটা ড’জ ভেকচিন লোৱা চৰকাৰী কর্মচাৰীক কার্যালয়ত যোগদানৰ নির্দেশ।

দীর্ঘদিনে চৰকাৰী কার্যালয়সমূহ বন্ধ ৰখাৰ ফলত প্ৰায় স্থবিৰ হৈ পৰিছে ৰাজ্যৰ প্রশাসনিক কাম–কাজসমূহ৷ এই স্থবিৰতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নির্দেশনা৷...

নলবাৰীৰ বিভিন্ন ঠাইত কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী

স্বেচ্ছাসেৱী সংগঠন ৰেইজ ৰ উদ্যোগত নলবাৰী বৰভাগত কোভিড ভেকচিন প্ৰদান কৰা হয়  । বৰভাগৰ কালাগ হাটখোলাস্থিত বৰগভাগ যুৱ সমাজৰ কাৰ্যালয়ত এই কোভিড ভেকচিন প্ৰদান...

কণ্টেইনমেণ্ট হোমত থকা ৰাইজৰ মাজত খাদ্য সামগ্ৰী ,মাস্ক,চেনিটাইজাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

সমগ্ৰ দেশৰ লগতে নগাঁৱতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰোণাৰ সংক্ৰমণ। বৰ্তমানলৈকে জিলাখনত ১৩ হাজাৰৰো অধিক ব্যক্তি ক'ৰোণাত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে ৭৪জন ব্যক্তিয়ে ক'ৰোণাত...

যাত্ৰীৰ সুবিধাৰ বাবে অসমৰ পৰা বহিঃ ৰাজ্যলৈ দুখন সাপ্তাহিক ৰেল

ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো যাত্ৰীৰ সুবিধাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ইয়াৰ পৰিসৰত অন্তৰ্ভূক্ত ৰাজ্য কেইখনৰ পৰা অহা ২১ মে'ৰ পৰা সাতখনকৈ বিশেষ...

সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

বৰপেটাৰ হাউলিত উপস্থিত মন্ত্রী ৰঞ্জিত কুমাৰ দাস।বৰপেটাৰ হাউলী অঞ্চলৰ ঐতিহাসিক মৈৰামাৰা সত্ৰৰ ভূমি বেদখল কৰাক লৈ বিশেক তৎপৰতা  হাতত লৈছে।  তৎকালীনভাৱে জিলা উপায়ুক্ত আৰু...

Popular