মুখ্য-পৃষ্ঠা

জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ তিনি মেধাৱী ছাত্ৰ ছাত্ৰীক সহায়ৰ বাবে আগবাঢ়ি আহিল সু-হৃদয়বান লোক ৷

জামুগুৰিহাট দৰিদ্ৰতাকো নেঁওচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা জামুগুৰিহাটৰ  তিনি মেধাৱী ছাত্ৰ ছাত্ৰী ক্ৰমে মৰণকুৰীৰ নীলাক্ষী বৰা,হাটীঙা ৰামপুৰৰ শান্তনু হাজৰিকা আৰু বামুণবাৰী গাঁৱৰ...

মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ মানসজ্যোতি দত্তক অৰ্থসাহাৰ্য্য প্ৰদান অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টৰ ।

উজনি- মাজুলী  ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ ৮৯ শতাংশ নম্বৰ অৰ্জনেৰে উত্তীৰ্ণ হৈ অঞ্চলৰ লগতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে দক্ষিণপাটৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ মানস...

নগাঁৱৰ দুটা সমষ্টিক সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথচাৰীক ৷

ননৈ নগাঁও জিলাৰ বটদ্ৰৱা আৰু নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ এটি অতি গুৰুত্বপূৰ্ণ পথ নগাঁও-বৰভেটি-কাছমাৰী-চকলাঘাট চাৰিআলি মাজ-জাজৰি হৈ জাজৰি শিমলুতল সংযোগী পথটি...

বেছি উচ্চতাত বাস কৰা লোক ক’ৰোনাত আক্ৰান্তৰ সম্ভাৱনা কম : পাৰ্বত্য এলেকাত ছেনিটাইজাৰৰ কাম কৰে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে ।

দৈনন্দিন বাৰ্তা সমগ্ৰ পৃথিৱী ক’ৰোনা ভাইৰাছ সংক্ৰমণত আতংকিত হৈ আছে৷ প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা৷ লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ ক’ৰোনাৰ লগত মোকাবিলা...

জুইৰ লেলিহান শিখাৰ মাজত মুখ্যমন্ত্ৰীৰ অভয়দান অৰ্থহীন ! বাঘজান কাণ্ডৰ প্ৰশ্ৰয় দিয়া প্ৰতিজন অপৰাধীক কৰায়ত্ব কৰাৰ দাবী ।

নাজিৰা যোৱা ২৭ মে'তেই তেল গেছৰ উদ্গীৰণ ঘটি সমগ্ৰ বাঘজান গাঁও আৰু ডিব্ৰু-ছৈখোৱাৰ সৈতে সংলগ্ন মাগুৰী মটাপুং বিল আৰু কলীয়াপানীলৈ কঢ়িয়াই অনা অশনি সংকেতক...

Popular