মুখ্য-পৃষ্ঠা

এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ

ভাৰতৰ হাতত ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত ইৰাণ। এতিয়ালৈ ৩টা স্বর্ণ, ১১টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে।

মহানগৰীৰ ধাৰাপুৰত চাঞ্চল্যকৰ ঘটনাঃ হোমষ্টে’ত উদ্ধাৰ যুৱতীৰ মৃতদেহ

হোমষ্টে’ত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ধাৰাপুৰৰ নিমিষা ঠাকুৰীয়াৰ বুলি চিনাক্ত।

চাবুৱাত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলনত লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা, লেখক ড° দয়ানন্দ শ্বাহক সম্বৰ্ধনা

চাবুৱাত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলনত লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী তথা, লেখক ড° দয়ানন্দ শ্বাহক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ প্ৰাঙ্গণত সদৌ অসম ট্ৰাইবেল সংঘৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ প্ৰাঙ্গণত সদৌ অসম ট্ৰাইবেল সংঘৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মহাবীৰ একুৱা পুনৰ খোলাৰ বাবে নতুন কৌশল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ

মহাবীৰ একুৱা পুনৰ খোলাৰ বাবে নতুন কৌশল সিদ্ধার্থ শৰ্মাৰ সিদ্ধার্থই বিনিয়োগ কৰা ধন ওভতাব সিদ্ধাৰ্থৰ ব্যৱসায়ৰ অংশীদাৰ চেতন ধীৰাচেৰীয়াই।

Popular