মুখ্য-পৃষ্ঠা

কলিয়াবৰত লুইতৰ বানৰ সংহাৰ : বানৰ কৱলত কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল।

কলিয়াবৰ : এতিয়া ৰাজ‍্যত বছৰৰ দ্বিতীয়টো বানৰ সংহাৰ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে ৰাজ‍্যৰ প্ৰায় কেইখন জিলাতে তাণ্ডৱ অব‍্যাহত ৰাখিছে। নেৰা-নেপেৰা বৰষুণৰ ফলত...

বাণিজ্যত সফলতাৰে উত্তীৰ্ণ শিৱানীক সম্বৰ্ধনা প্ৰজন্ম উন্মেষৰ ।

জামুগুৰিহাট : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ মেধাৱী ছাত্ৰী শিৱানী ফুকনে বাণিজ্য বিভাগত ৬ টা বিষয়ত লেটাৰ নম্বৰসহ...

ভূগোল বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ জামুগুৰিহাটৰ দিব্যাশ্ৰীৰ ।

জামুগুৰিহাট : জামুগুৰিহাটৰ বামুণবাৰী গাৱঁৰ ছাত্ৰী দিব্যাশ্ৰী দেৱীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে ভূগোল বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ...

‘ক্ৰান্তিকাল প্ৰকাশন’ আৰু ‘অকণিৰ সাহিত্য সভা’ই আয়োজন কৰা শিশু কবিতা প্ৰতিযোগিতালৈ অভূতপূৰ্ব সঁহাৰি । অনলাইন কবিতা লিখা প্ৰতিযোগিতাত ১৯৭ কবিৰ ৫২২টা কবিতা ।

কলিয়াবৰ : মহাপুৰুষ শ্ৰীমাধৱদেৱ অসমীয়া শিশু সাহিত‍্যৰ প্ৰথমজন জনক বুলি সম্ভলত ক'ব পাৰি। তাৰ পাছত বিভিন্ন পৰিক্ৰমাৰ মাজেদি অসমীয়া শিশু সাহিত‍্যই এক সন্মানজনক অৱস্থান...

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

জামুগুৰিহাট : জামুগুৰিহাটৰ অন্তৰ্গত মুঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত...

Popular