স্থানীয় বাৰ্তা

অঞ্জন ডেকাক আৰোহন মানৱ সেৱা বটাঁ ২০২১ প্ৰদান

 পশ্চিম    নলবাৰী অঞ্চলৰ    বৰনৰ্দ্দী নিৱাসী যুৱ সমাজকৰ্মী তথা স্হানীয় দতকুছি প্ৰাথমিক বিদ্যালয়ৰ সহকিৰী শিক্ষক অঞ্জন ডেকা(জিতু)ক অসমৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰোহণ...

মাজুলী মোৰ নিজৰ ঠাই; মই সদায় লগত আছোঁঃ জুবিন গাৰ্গ

অভিশপ্ত বুধবাৰৰ সন্ধিয়া যোৰহাটৰ নিমাতীঘাটত উঠিল কান্দোনৰ ৰোল৷ মৰণকাতৰ আর্তনাদে কঁপাই তুলিলে নিমাতীঘাটৰ আকাশ–বতাহ৷ বুধবাৰে বিয়লি প্রায় চাৰি বজাত নিমাতীঘাটৰ সমীপতে ব্রহ্মপুত্রৰ বুকুত সংঘটিত...

ক্ষোভত জ্বলিছে মাজুলীঃ মন্ত্রী বিমল বৰাক ঘেৰাও; প্রতিবাদকাৰীক আৰক্ষীৰ লাঠীচালনা

ব্রহ্মপুত্রৰ বুকুত হোৱা ভয়ংকৰ নাও দুর্ঘটনাই ব্যাপক প্রতিক্রিয়া অব্যাহত আছে দ্বীপ জিলা মাজুলীত৷ কালিৰ দুর্ঘটনাৰ তদন্তৰ দাবী জনাই বৃহস্পতিবাৰে মাজুলীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ কমলাবাৰীত...

ভাৰতত গাড়ীৰ নির্মাণকার্য বন্ধৰ সিদ্ধান্ত আমেৰিকান মটৰ কোম্পানী ফ’ৰ্ডৰ

মটৰ গাড়ী নির্মাণ কোম্পানী ফ’র্ডে ভাৰতত গাড়ী নির্মাণৰ কাম বন্ধ কৰিব৷ বৃহস্পতিবাৰে ফ’ৰ্ড মটৰ কোম্পানীয়ে এই কথা ঘোষণা কৰিছে৷ উল্লেখনীয় যে কোম্পানীটোৱে ইতিমধ্যে ছানান্দ...

নিশা বিছনাৰ পৰাই ১৮ দিনীয়া কেঁচুৱা চুৰি, শোৱা পাটিত মাতৃৰ বুকুৰ পৰাই দুৰ্বৃত্তই চুৰি কৰি নিলে শিশুটি

বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত ১৮ দিনীয়া শিশু চুৰিৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ৷ নিশা বিছনাত শুই থকা অৱস্থাতে মাতৃৰ বুকুৰ পৰা অন্তৰ্ধান...

Popular