স্থানীয় বাৰ্তা

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

 নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ জুৰীয়াৰ দক্ষিণ খাটোৱাল অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়...

মাজুলীৰ বিৰিণাবাৰী অনাথ শিশু সকলৰ কাষত সদৌ মাজুলী জিলা ছাত্ৰ সন্থা

নামনি মাজুলীৰ বিৰিণাবাৰীৰ অনাথ শিশু কেইটাৰ খবৰ ল’বলৈ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল তেওঁলোকৰ বাসগৃহত উপস্থিত হয়৷ সৰু অৱস্থাৰে পৰা দেউতাক...

টেঙাখাতত নৃশংস হত্যাকাণ্ড : ২ জন দোষীক গ্ৰেপ্তাৰ

 কৰোনা আতংকৰ মাজতেই ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ  কাছগাঁৱত যোৱা নিশা প্ৰায় ৮ মান বজাত সুৰামত্ত হৈ দুজন লোকে আন এজন লোকক কুঠাৰেৰে...

ধুবুৰীত ৪৮ বেটেলিয়ানৰ চি আৰ পি এফ আৰু আৰক্ষীৰ যৌথ অভিযানত ব্ৰাউন ছুগাৰ জব্দ

ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।  ধুবুৰী জিলাৰ অন্তৰ্গত আদাবাৰী গাঁও পঞ্চায়তৰ ৰোৱা দ্বিতীয় খণ্ড গাঁওত আজি দিনৰ...

৭২ নং বাঘমাৰাচৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী আকলিমা খাতুনৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ : ৰাইজৰ প্ৰতিবাদ

চৰকাৰী আঁচনি যেন পঞ্চায়ত প্ৰতিনিধি সকলৰ বাবে এতিয়া খিৰতী গাই হৈ পৰিছে। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭২ নং বাঘমাৰা চৰ গাওঁ পঞ্চায়তৰ ৩...

Popular