স্থানীয় বাৰ্তা

লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়োৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত : দুই ড্ৰাগছ সৰবৰাহীক জেললৈ প্ৰেৰণ

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়োৰ নেতৃত্বত আৰক্ষী সজাতী দলে গোপন সূত্ৰৰ পমখেদি দুটা ড্ৰাগছ সৰবৰাহী   আটক  কৰে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ...

সন্দেহজনক নাগৰৰিকৰ আগ্ৰাসন : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাত বেদখলৰ সন্দেহ

ৰাজ্যখনৰ বিভিন্ন জিলাত  প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে । এই সকল উচ্ছেদিত লোকে কলৈ গৈছে, কি খাইছে কাৰোৰে জ্ঞাত নহয় যদিও  পাৰ্শ্বৱৰ্তী অঞ্চলৰ   জিলা...

মহানগৰীৰ ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণ জব্দ : সোণৰ বিস্কুট,মুদ্ৰা আৰু সোণৰ চেইনসহ আটক দুজন

মহানগৰ আৰক্ষীয়ে চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ সোণ। ভৰলুমুখত  দুজন চোৰাং ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইন জব্দ কৰিছে আৰক্ষীয়ে। জব্দ সোণখিনি...

নগাঁৱৰ প্ৰথম গৰাকী একৰডিয়ান বাদক চিত্তদেৱ মহন্ত : চিৰ তৰুণ ৭৪ বছৰীয়া এই গৰাকী শিল্পী

নগাঁও চহৰৰ খুটিকটীয়াৰ স্বৰ্গীয় গোলোক চন্দ্ৰ মহন্ত আৰু স্বৰ্গীয় জেউতি মহন্তৰ শিল্পী পুত্ৰ  চিত্তদেৱ মহন্ত অসমৰ সাংস্কৃতিক ক্ষেত্ৰ খনৰ এক পৰিচিত নাম । বৰ্তমান ...

ডিমৌৰ লাইবিলত ৰাজ্যৰ বাননিয়ন্ত্ৰণ মন্ত্রী পিয়ুষ হাজৰিকাই পৰিদৰ্শন কৰিলে দিহিং নদীৰ বিধস্ত গড়াখহনীয়া

শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ অতিকৈ ভিতৰুৱা নিতাই মৌজাৰ গোঁহাইপুখুৰী পঞ্চায়তৰ জৰাজীৰ্ণ তথা বিধস্ত লাইবিলৰ দিহিঙৰ মথাউৰি আজি দিনৰ প্ৰায় ১১-৩০...

Popular