স্থানীয় বাৰ্তা

বিদ্যালয়ৰ সমীপত বিক্ৰী কৰিব নোৱাৰিব কোনো এনাৰ্জি ড্ৰিংকছ

বিদ্যালয়ৰ সমীপত বিক্ৰী কৰিব নোৱাৰিব কোনো এনাৰ্জি ড্ৰিংকছ। মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

মঙলদৈৰ শাকতোলা মথাউৰিৰ বাবে ভাবুকি কঢ়িয়াই আনিছে স্থানীয় একাংশ লোকে

মঙলদৈৰ শাকতোলা মথাউৰিৰ বাবে ভাবুকি কঢ়িয়াই আনিছে স্থানীয় একাংশ লোকে

গোসাঁইগাঁৱৰ কচুগাঁৱত আৰক্ষীৰ অভিযানঃ হাতীৰ দাঁতসহ দুজন আটক

গোসাঁইগাঁৱৰ কচুগাঁৱত আৰক্ষীৰ অভিযানঃ হাতীৰ দাঁতসহ দুজন আটক। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এটা হাতীৰ দাঁত উদ্ধাৰ কৰে।

ডিমৰীয়াৰ ভৰাগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই ভয়ংকৰ দুৰ্ঘটনা

ডিমৰীয়াৰ ভৰাগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ গ'ল এজনৰ।

পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah

পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah

Popular