স্থানীয় বাৰ্তা

ধুবুৰী হাওৰাৰপাৰত নাও দুৰ্ঘটনা। ৫০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ নদীৰ বুকুত ডুব গ’ল নাও

ধুবুৰী হাওৰাৰপাৰ নদী পথত নাও দুৰ্ঘটনা। ৫০ গৰাকী স্কুলীয়া ছাত্ৰছাত্ৰী সহ নদীৰ বুকুত ডুব গ’ল নাও।খোদাৰচৰ এম ই মাদ্ৰাছা আৰু সোনাৰাম পাটোমাৰী হাই স্কুলৰ...

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উন্মোচন কৰে পৰ্যটন গ্ৰন্থ ‘অপৰূপ অসম’

আজি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰ্যটন সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ ‘অপৰূপ অসম'ৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰে।৭৫তম স্বাধীনতাৰ স্মৃতি তৰ্পণ কৰাৰ উদ্দেশ্যৰে প্ৰকাশিত এই...

অসমৰ স্বাস্থ্যখণ্ডত আজি নতুনকৈ সংযোজিত হোৱা ৮৩খন এম্বুলেঞ্চৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই …

অসমৰ স্বাস্থ্যখণ্ডত আজি নতুনকৈ সংযোজিত হোৱা ৮৩খন এম্বুলেঞ্চৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই ।‌ এই বেছিক লাইফ ছাপ'ৰ্ট ছাৰ্ফেচ এম্বুলেন্সসমূহৰ জৰিয়তে ৰাজ্যৰ...

বৰপেটাত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ প্ৰচাৰ অভিযান …

স্বাধীনতা দিৱসলৈ মাজত মাথো তিনি দিন বাকী ৷ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক সজাগতামূলক কাৰ্যসূচী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঘৰে ঘৰে জাতীয় পতাকা…

ভাৰতৰ স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ পূৰ্তি উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে " ঘৰে ঘৰে...

Popular