স্থানীয় বাৰ্তা

বৰপেটাৰ কাছুমাৰাত ধুমুহাৰ তাণ্ডৱত এগৰাকী বৃদ্ধাৰ মৃত্যু

বুধবাৰে পুৱাৰ ভাগত অহা তীব্রবেগী ধুমুহাই কাল হ'ল এগৰাকী বৃদ্ধাৰ। বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়াত ধুমুহাৰ তাণ্ডৱত এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। জানিব...

‘কৃষকসকলে নিজৰ মন মগজু ঠিক কৰি লৈহে খেতি কৰিব লাগে’,: ঘনশ্যাম দাস

আজি বাক্সা জিলাৰ বৰিমাখাত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অন্তৰ্গত কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতাৰ অংশ হিচাপে কৃষক মেলা উদ্বোধন কৰি এই মন্তব্য কৰে বিটিচিৰ কৃষি বিভাগৰ...

মানিকপুৰৰ জাউবাৰীত উলহ- মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উৎযাপন….

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। দুটা বছৰ বিৰতিৰ পিছত এইবাৰ মুকলি মনেৰে উলাই আহিছে বিহু...

বিশ্ব শান্তিৰ বাবে ফকিৰাগ্রামত সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠান

বিশ্ব শান্তিৰ বাবে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রামৰ জামা মসজিতোত সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠানৰ আয়োজন কৰা হয় ।ফকিৰাগ্রাম থানাস্থিত ফকিৰাগ্রামৰ জামা মসজিতোৰ প্রাঙ্গণত এক সমুহীয়া...

হাজোত দুৰ্বৃত্বই তাণ্ডৱ চলোৱা হনুমান মন্দিৰৰ পুনঃনিৰ্মানৰ আধাৰশিলা স্থাপন বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

কিছুদিন পূৰ্বে হাজোৰ পতনিস্থিত হনুমান মন্দিৰত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰি বিস্তৰ ক্ষতিসাধন কৰা নিন্দনীয় ঘটনাৰ পিছতেই হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়াই তাৎক্ষণিক ভাৱে...

Popular