ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ANTI TANK GUIDED MISSILE FIRING CONDUCTED AT SUPER HIGH ALTITUDE AREA IN SIKKIM…

Trishakti Corps, Indian Army conducted a training exercise of Anti-Tank Guided Missile (ATGM) firing at Super High-Altitude Area of 17000 Feet in Sikkim. Missile...

চীনৰ পিছত ভাৰতত বৃদ্ধি পাইছে হেপাটাইটিছৰ ৰোগী সংখ্যা! এই ৰোগত প্ৰতিবছৰে ১৩ লাখ লোকৰ মৃত্যু…

চীনৰ পিছত ভাৰতত হেপাটাইটিছৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্বত হেপাটাইটিছৰ ফলত হোৱা মৃত্যুৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বুলি ডব্লিউ এইচ অ’ই প্ৰকাশ কৰে। এই...

চন্দ্ৰৰ বাবে ঘড়ী বনাব আমেৰিকাই! চন্দ্ৰৰ বাবে ঘড়ীৰ কিয় প্ৰয়োজন…

পৃথিৱীতকৈ চন্দ্ৰত সময় অলপ বেছি বেগেৰে গতি কৰে। চন্দ্ৰত নতুন সময় মণ্ডলৰ পোষকতা কৰা বিজ্ঞানীসকলে বিশ্বাস কৰে যে পৃথিৱীত সময়ৰ উঠা-নমাও হ’ব পাৰে যদিও...

আজি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ৭ ঘন্টা অন্ধকাৰত ডুবিব পৃথিৱী…

আজি বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। আজিৰ সূৰ্যগ্ৰহণৰ অন্যতম বৈশিষ্ট্য হৈছে দীৰ্ঘ সময় ধৰি পৃথিৱীক অন্ধকাৰত ৰখা কাৰ্য। ইতিমধ্যে সূৰ্যগ্ৰহণক লৈ উৎসুক হৈ পৰিছে বিশ্বৰ...

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ মোডীৰ বন্ধুৰ ওপৰত আক্ৰমণ, বিশ্বত অৰ্থনৈতিক সংকট! উপলব্ধ হ’ব কেন্সাৰ আৰু এলঝেইমাৰৰ ৰোগৰ চিকিৎসা…

বাবা ভাংগা আছিল এগৰাকী বুলগেৰিয়ান মহিলা, ১৯৯৬ চনত তেওঁৰ মৃত্যু হয় । কোৱা হয় যে জন্মৰ পৰাই তেওঁ অন্ধ আছিল। ইয়াৰ পিছতো তেওঁ আগতীয়াকৈ...

Popular