ছলমান খানৰ বহু চৰ্চিত ছবি ‘কিচি কা ভাই কিচি কি জান’ৰ মুক্তি। টুইটাৰ ট্ৰেণ্ডত শীৰ্ষ স্থান দখল কৰিছে ছবিখনে…।বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান অভিনীত কিছি কা ভাই কিচি কি জানে ঈদৰ উফলক্ষে বক্স অফিচত ১০০ কোটি টকা উপাৰ্জনৰ সম্ভাৱনা। যিখন ছবি আজি বিশ্বজুৰি ৫৭০০ পৰ্দাত মুক্তি পাব।
E-N-T-E-R-T-A-I-N-E-R ⭐️⭐️⭐️🌟
As Bhai said, #KisiKaBhaiKisiKiJaan is a perfect Hindustani masala entertainer.The movie exceeds all expectations and checks all the right boxes.With #SalmanKhan𓃵 stealing the show & receiving great support from the rest of the cast,must-watch. pic.twitter.com/uzX5HCpdGU
কিচি কা ভাই কিছি কি জানত পূজা হেগডে, ভেংকান্তেশ ডাগ্গুবাটি, শ্বেহনাজ গিল, ৰাঘৱ জুৱেল, সিদ্ধাৰ্থ নিগম, জেছি গিল আৰু জগাপতি বাবুৱেও মূল চৰিত্ৰত অভিনয় কৰিছে। টুইটাৰত ছলমান খানৰ ট্ৰেণ্ড, আজি চিনেমাগৃহত মুক্তি পোৱা কিচি কা ভাই কিছি কি জানে টুইটাৰ ট্ৰেণ্ডত শীৰ্ষ স্থান দখল কৰিছে।
কিচি কা ভাই কিছি কি জানৰ পৰ্যালোচনা, ছলমান খানৰ ছবিখনক ‘ফেণ্টাষ্টিক’ বুলি আখ্যা ট্ৰেড এক্সপাৰ্টৰ। বাণিজ্য বিশেষজ্ঞ জোগিন্দৰ তুতেজাই টুইট কৰিছে, “কিচি কা ভাই কিচি কি জান – FANTASTIC INTERVAL BLOCK! ছবিখনৰ আৰম্ভণি ভাল।”
#KisiKaBhaiKisiKiJaanReview – FANTASTIC INTERVAL BLOCK! The film starts well, then gets into the love story routine which is decent, but then 20 minutes leading to the interval are SUPERB. Mazaa aa raha hai! Having good expectations from the second half now! #SalmanKhan… pic.twitter.com/4DICFKgIaZ
মন্ত্ৰীগৰাকীয়ে এই কথাও আঙুলিয়াই দিয়ে যে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা। তেওঁ কয়, কেবিনেটে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই প্ৰকল্পৰ বাবে ৬৩০০ কোটি টকা অনুমোদন কৰা হৈছে। কোৱাণ্টাম মিছন আৰম্ভ কৰা বিশ্বৰ ৭ম দেশ ভাৰত।
উল্লেখযোগ্য যে কোনো চৰকাৰী, অৰ্ধ-চৰকাৰী, স্বায়ত্তশাসিত পৰিষদ, ব’ৰ্ড অথবা সংস্থা আদিত কৰ্মৰত প্ৰাৰ্থী আবেদনৰ বাবে যোগ্য বিবেচিত নহ’ব। ইচ্ছুক সাংবাদিকসকলে তলৰ নম্বৰত যোগাযোগ কৰি ফেল’শ্বিপৰ গাইড লাইন আৰু মূল প্ৰ-পত্ৰ অনলাইন যোগে সংগ্ৰহ কৰিব পাৰিব।