অসমৰ ভেষক শাস্ত্ৰী বৈকুণ্ঠ নাথ দেৱশৰ্মাৰ মতে কেঁচুমুৰীয়াত ইয়াৰ ৰস এপোৱা ছাগলী অথবা গৰু গাখীৰৰ দৈৰ লগত দিনে দুবাৰকৈ খালে আৰু তিৰোতাৰ ৰক্তস্ৰাৱৰ সময়ত ইয়াৰ ৰস ১২০ গ্ৰামকৈ দিনে ৩-৪ বাৰ খালে উভয় ৰোগৰে উপশম হয়। ইয়াৰ যে ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট বেছি থাকে সেই সন্দৰ্ভত মনোৰম বৰ্ণনা পোৱা যায় চিকিৎসক Dr. D.R. Gala, Dr. S Gala আৰু Dr. D Gala প্ৰণীত Juice diet for perfect health শীৰ্ষক গ্ৰন্থত। তাত হিষ্টিৰিয়াত ভোগা এটি শিশু আৰু লিউকেমিয়াৰ কৱলত পৰি মৃত্যুমুখী শিশুক গাজৰৰ ৰস খুৱাই কেনেকৈ আৰোগ্য কৰা হৈছিল তাৰ সৰস বৰ্ণনা পোৱা যায়। ইয়াৰ প্ৰথমটো ৰোগত পৰা শিশু এটিৰ কাহিনী সন্নিৱিষ্ট হৈছে। জন্মৰ সময়ত সম্পুৰ্ণ সুস্থ থকা শিশু এটিয়ে ১৪ মাহ বয়সত হিষ্টিৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ কথা কোৱা হৈছে।
প্ৰথমে শিশুটি ৰোগৰ বাবে ৮ ঘণ্টা ধৰি অচেতন অৱস্থাত থকাৰ হেতুকে হাস্পতালত ভৰ্তি কৰাই চিকিৎসকে তাৰ কৰঙনত বেজীৰে ঔষধ প্ৰয়োগৰ ব্যৱস্থা কৰিছিল। তাৰ ফলত হিষ্টিৰিয়া ৰোগ কিছু ভাল হোৱা দেখা গৈছিল যদিও কিন্তু তিনি দিনলৈ শিশুটি অচেতন হৈয়ে পৰি ৰৈছিল। লাহে লাহে ৰোগী কিছু আৰোগ্যৰ পথত আগবঢ়া যেন লগা দেখাত চিকিৎসকে তাক ঘৰলৈ নিয়াৰ উপদেশ দিয়ে আৰু লগতে তাক পুষ্টিকাৰক খাদ্য খুৱাবলৈও উপদেশ দিয়ে। কিন্তু কি আচৰিত, তাৰ দুদিনৰ পিছত পুনৰ পুৰ্বৰ অৱস্থাপ্ৰাপ্ত হৈ অতি সংকট ৰুপ ধাৰণ কৰে। তাৰ তেনে অৱস্থাই মাক-বাপেককো হতবাক কৰি তোলে আৰু নিৰুপায়ত পৰি ১২৭ জন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। কিন্তু একো ফল নধৰিল। ৰোগীৰ ৰোগৰ প্ৰকৃত কাৰণেই নিৰ্ণীত নহ’ল। কেৱল অৱস্থাৰ সামান্য উন্নতি ঘটিল। তাৰ দুবছৰ বয়সত এজন চিকিৎসকে ব্যক্ত কৰিলে যে শিশুটো আন্ত্ৰিক প্ৰদাহত আক্ৰান্ত হৈছে।
বৰ্তমান নিউজিলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাৰ অংশ বিৰাট কোহলী। ইয়াৰ বাবেই তেওঁ আৰু দলৰ বাকীসকলে ৰাহুলৰ বিয়াত উপস্থিত হ’ব নোৱাৰিলে। যদিও বিৰাটৰ উপহাৰ ৰাহুলে লাভ কৰিছিল। ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও ৰাহুলক বিশেষ উপহাৰ দিয়ে।
উপহাৰ দিলে ২.১৭ কোটি টকাৰ এখন গাড়ী
বিৰাট কোহলীয়ে ৰাহুল আৰু আঠিয়াক উপহাৰ দিছে এখন বিশেষ গাড়ী। সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰিব লাগে তেন্তে এই গাড়ীখন বিএমডব্লিউ কোম্পানীৰ, য’ত ক্ৰিকেট আৰু ছবিৰ সংমিশ্ৰণেৰে নিৰ্মিত গ্ৰাফিক্সো আছে। এই বিশেষ গাড়ীখনৰ মূল্য প্ৰায় ২.১৭ কোটি টকা বুলি কোৱা হৈছে।
বিয়াত ধোনী আহি পালেহি
২০০৭ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বৰ অধিনায়কত্বত ভাৰতীয় দলৰ খিতাপ দখল কৰা ধোনী ৰাহুল আৰু আথিয়াৰ বিয়াত উপস্থিত হয়। ঘৰৰ এজন জ্যেষ্ঠ সদস্য হিচাপে দায়িত্ব লৈ দম্পতীহালক আশীৰ্বাদ দিলে। ইয়াৰ উপৰিও ৰাহুলক উপহাৰ হিচাপে দিয়া হৈছে কাৱাছাকি নিঞ্জা বাইক। এই বাইকখনৰ বজাৰ মূল্য প্ৰায় ৮০ লাখ টকা।