অনুষ্কাই মাতৃ হিচাপে বহু ত্যাগ কৰিছিল শেহতীয়াকৈ আৰ চি বিৰ প’ডকাষ্টৰ সময়ত বিৰাটে কয়, “যোৱা দুবছৰত সন্তান আৰু মাতৃ হিচাপে তাই যি ত্যাগ কৰিছে সেয়া বহু। অনুষ্কাক দেখি মই উপলব্ধি কৰিলোঁ যে মোৰ যি সমস্যা আছে সেয়া একোৱেই নহয়।”
মেলা খনত উপস্থিত থকা শতকৰা নব্বৈ জন লোকেই হৈছে ইছলাম ধৰ্মৰ মুছলমান সম্প্ৰদায়ৰ লোক, এই সত্ৰত এই বেলিও অসমৰ বিভিন্ন ঠাইৰ পৰা বাপ বান্ধৱ আই মাতৃসৱৰ সমাগম ঘটিছিল।
মন কৰিবলগীয়া কথা হ’ল সত্ৰৰ পূণ্যভুমিত সত্ৰৰ পৰিচালনা কমিটিয়ে আয়োজন কৰা মেলা খনত অবাধে চলি আছে জুৱা খেলৰ আড্ডা, জানিব পৰা মতে কমিটিৰ পিষ্ঠ পোষতাতেই চলি আছে এই জুৱা।যত সৰ্বশ্ৰান্ত হৈ আছে উঠি অহা ল’ৰা ছোৱালীয়ে।
পৰিতাপৰ বিষয় যে এই জুৱা খেল দিন ৰাতি চলি আছে যদিও কামৰূপ প্ৰশাসন আৰু ছমৰীয়া পুলিচ প্ৰশাসনেও লৈছে চকুমুদা কুলিৰ ভাও। শূণ্য সহনশীলতা অসম চৰকাৰে কি ব্যৱস্থা ল’ব এই ক্ষেত্ৰত সেয়া হব আটাইতকৈ ডাঙৰ প্ৰশ্ন।