নায়াৰ দেশৰ ভিতৰতে আটাইতকৈ ধনী মহিলা আৰু তেওঁৰ পিছতে আছে ৰেয়াৰ এণ্টাৰপ্ৰাইজেছৰ স্বত্বাধিকাৰী তথা প্ৰয়াত প্ৰবীণ বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালাৰ পত্নী ৰেখা ঝুনঝুনৱালা (Rekha Jhunjhunwala)।
তথ্য অনুসৰি বছৰটোৰ ভিতৰত ফালগুনী নায়াৰ আৰু পৰিয়ালৰ সম্পত্তি ৩০ হাজাৰ কোটি টকা বৃদ্ধি পাইছে আৰু তেওঁৰ সঞ্চিত সম্পদ ৩৪৫ শতাংশ বৃদ্ধি পাই প্ৰায় ৩৮,৭০০ কোটি টকাত উপনীত হৈছে।
তালিকাত সম্পদ সংযোজনৰ ক্ষেত্ৰত শীৰ্ষ ১০ গৰাকীৰ ভিতৰত নায়াৰে পঞ্চম স্থানত আছে আৰু তেওঁ হৈছে শীৰ্ষ ১০ৰ ভিতৰত থকা একমাত্ৰ মহিলা। গৌতম আদানী, মুকেশ আম্বানী, চাইৰাছ এছ পুনাৱাল্লা (Gautam Adani, Mukesh Ambani, Cyrus S Poonawalla)ৰ দৰে লোক তেওঁৰ আগত আছে।
এই কথাটোক লৈ অশান্তিত ভুগি নীলম মাকৰ ঘৰত গৈ থাকিব লৈছিল। সোমবাৰে তাই জানিব পাৰিলে যে দিনেশ সেই মহিলাগৰাকীৰ সৈতে দিল্লী গেটস্থিত এখন হোটেলত আছে। নীলম লগে লগে নিজৰ ভায়েকৰ সৈতে সেই হোটেলখনত উপস্থিত হয়। যেতিয়াই পত্নী কোঠাটোত যায় তেতিয়া দেখা পাই য়ে দিনেশ অন্য মহিলাৰ সৈতে আছিল। খঙত নীলমে চেণ্ডেলেৰে স্বামীক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। লগতে অন্য মহিলাগৰাকীকো চেণ্ডেলেৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।
সেই সময়ছোৱাত দিনেশে পত্নী নীলমৰ ওচৰত ক্ষমা বিচাৰি থাকিল। নীলমৰ ভাতৃয়ে এই গোটেই ঘটনাটোৰ এটা ভিডিঅ’ বনাইছিল, যিটো ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে (Social Media Viral Video)। ভিডিঅ’টোত দিনেশক তেওঁৰ পত্নীৰ ওচৰত বাৰে বাৰে ক্ষমা বিচাৰি থকা দেখা গৈছে। দিনেশে কৈ আছে যে, “ভুল হৈ গ’ল। দ্বিতীয়বাৰ নহয়। কেৱল এইবাৰ ক্ষমা কৰি দিয়া,” আনহাতে আনগৰাকী মহিলায়েও নীলমৰ ওচৰত ক্ষমা বিচাৰে।
কোৱা হৈছে যে হোটেলখনত হাই ভল্টেজ ড্ৰামা কেইবা ঘণ্টা ধৰি চলি আছিল। আৰক্ষীয়ে এই বিষয়ে তথ্য পোৱাৰ লগে লগে এটা দল ঘটনাস্থলীত উপস্থিত হয়। দিনেশ আৰু মহিলাগৰাকীক আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল।
একেৰাহে কাঁহ হোৱা আৰু খাদ্য খাওঁতে বিষ অনুভৱ কৰা ঠাণ্ডা আৰু ফ্লুৰ উপৰিও ধূ্ম্ৰপ্ৰান কৰা লোকৰ কাহ আহে কিন্তু যদি কোনো কাৰন নোহোৱাকৈ একেৰাহে কাহিঁ থাকে তেনে হলে ই হাওঁফাওঁ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। যদি কাঁহৰ সৈতে তেজ উলাই আহে তেনেহলে ডাক্তৰৰ কাষ চাপিব। ডি়ঙিৰ বিষ হলে খাদ্য খাবলৈ কষ্ট পালে আপুনি নিশ্চিত ভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।
বুকুৰ জ্বলাপোৰা হোৱা আৰু বদহজমি –
বুকুৰ জ্বলা পোৱা হোৱা আৰু বদহজমি এই দুই সমস্যা সৰ্ব সাধাৰনতে হৈ থকাটো এক সাধাৰন সমস্যা। কেতিয়াবা বেছিকৈ খাদ্য খালে, মচলা যুক্ত খাদ্য খালে এনেকুৱা হয়। এইটো এটা সাধাৰন সমস্যা কিন্ত যদি এই সমস্যা ধাৰাবাহিক ভাৱে হৈ থাকে তেনেহলে খাদ্য নলিত বা পাকসস্হলীত কেন্সাৰ হোৱা সম্ভাৱনা থাকে। গতিকে এনে সমস্যা হলে অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।
সঘনাই জ্বৰ হোৱা আৰু ইনফেকচ্চন হোৱা –
দীৰ্ঘ সময় ধৰি জ্বৰত ভূগি থকাতোওঁ অথবা ইনফেকচন হৈ থকাতো কেন্সাৰ কাৰণ হব পাৰে। অত্যাধিক ভাগৰ অনুভৱ কৰাঃ-সাংঘাতিক ভাৱে একেৰাহে দূৰ্বল হৈ থকা অথবা ভগৰুৱা অনুভৱ কৰাতো বিভিন্ন ধৰনৰ কেন্সাৰৰ কাৰণ হব পাৰে।
উশাহ চুটি হোৱাঃ-
শ্বাস প্ৰশ্বাস ঘনাই লব লগা হলে আৰু বকুত ঘেৰঘেৰনী শব্দ হোৱাটোও হাঁওফাঁওৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে।
জণ্ডিছ –
দীৰ্ঘদিন ধৰি লিভাৰ আৰু গল্ডব্লাডৰৰ সমস্যা হৈ থকা বা জণ্ডিচ হোৱা আৰু চকুৰ মনিৰ বগা অংশ হালধীয়া হৈ যোৱাতো কেন্সাৰৰ লক্ষণ হব পাৰে
সাধাৰনতে শৰীৰত থকা তিলে কোনো ধৰনৰ সমস্যা সৃষ্টি নকৰে কিন্তু যদি এই তিলৰ পৰিৱৰ্তন আহি পৰে আৰু পাছত বিষ হবলৈ ধৰে তেতিয়া বুজিব লাগিব যে ই কেন্সাৰলৈ পৰিৱৰ্বন ঘটিব পাৰে।
নখৰ পৰিৱৰ্তনঃ-
কোনো কাৰন নোহোৱাকৈ যদি নখৰ পৰিৱৰ্তন হয় তেনে হলে বুজিব লাগিব যে আমাৰ দেহত নিশ্চয় কিবা নহয় কিবা পৰিৱৰ্তন ঘতিছে। যদি নখৰ ৰং মুকুটাৰ দৰে হয়, নখৰ মাজত ৰেখাৰ সৃষ্টি হয়, নখৰ ৰং পৰিৱৰ্তন হৈ মটীয়া হয় তেতিয়া অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে। কাৰণ এই লক্ষণ লিভাৰ, হাঁওফাওঁ আৰু চালৰ কেন্সাৰ ৰোগৰ সংকেট হব পাৰে।