তেওঁৰ শেহতীয়া সাক্ষাৎকাৰত, কৰীণা কাপুৰে তেওঁৰ আহিবলগীয়া ছবি লাল সিং চাধাৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহুকথা কৈছিল। কৰীণাৰ মতে, আলিয়াই যথেষ্ট সাহস দেখুৱাইছে। কেৰিয়াৰৰ শীৰ্ষত আৰু কম বয়সতে, তাই আলিয়াৰ সৈতে যথেষ্ট মৰম কৰিছিল, যি এগৰাকী মাতৃ হ’বলৈ গৈ আছে। সকলোৱে কৰীণাক ভনীয়েক আলিয়াৰ বাবে এইকথা কোৱাটো অতি ভাল পায়।
কৰীণা কাপুৰ নিজেই এটা উদাহৰণ ঠিক আছে, যদিও কৰীণাই আজি আলিয়াক প্ৰশংসা কৰিছে, কৰীণা নিজেই সকলোৰে বাবে এক উদাহৰণতকৈ কম নহয়। বেবোৱে তেওঁৰ কেৰিয়াৰ আৰম্ভ হোৱাৰ 12 বছৰ পিছত 2012 চনত চেইফ আলী খানক বিয়া কৰায়। 2015 চনত, তেওঁ টাইমুৰৰ জন্ম দিয়ে আৰু মাতৃ হোৱাৰ পিছতো অভিনয় এৰি যোৱা নাছিল, তেওঁ চলচ্চিত্ৰত কাম কৰা অব্যাহত ৰাখিছিল। 2021 চনত, তেওঁ গৰ্ভধাৰণৰ 5.5 মাহত তেওঁৰ দ্বিতীয় পুত্ৰ জেহ আলী খান আৰু লাল সিং চাধাৰ বন্ধৰ জন্ম দিয়ে। এতিয়া কৰীণাই দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পিছতো বহুত কাম কৰি আছে।
উৰ্ফি জাভেদ তাইৰ সাহসী চেহেৰাৰ বাবে আলোচনাত আছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক মনোৰঞ্জন দিয়াৰ বাবে কোনো ধৰণৰ চেষ্টা ৰখা নাই, সেয়েহে তেওঁ তেওঁৰ ৰঙীন চেহেৰাৰে মানুহৰ মনোযোগ আকৰ্ষণ কৰে আৰু তেওঁ এনে ধৰণৰ বস্তুৰে তেওঁৰ চেহেৰা সৃষ্টি কৰে যাতে মানুহৰ মন ঘূৰি যায়। হয়, শেহতীয়াকৈ উৰ্ফিয়ে নিজৰ এটা ভিডিঅ’ পোষ্ট কৰিছে য’ত তেওঁক হালধীয়া ৰঙৰ পোছাকত দেখা গৈছে। উৰ্ফি জাভেদে এই ভিডিঅ’টো পোষ্ট কৰি এগৰাকী প্ৰখ্যাত অভিনেত্ৰীক সমালোচনা কৰিছে।
উৰ্ফি জাভেদে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, এই ভিডিঅ’টোত তেওঁক অতি সাহসী পোছাকত দেখা গৈছে। ভিডিঅ’টো পোষ্ট কৰাৰ সময়ত, উৰ্ফিয়ে লিখিছিল যে উৰ্ফিক সাজু কৰাৰ বাবে এইটো কি অযৌক্তিক উপায়? আপোনাৰ নিজৰ ইচ্ছা আছে, মানুহ। সমাজৰ মতে, বিবাহ বিচ্ছেদ হোৱা টো ভুল আৰু আপোনাৰ প্ৰাক্তন স্বামীৰ ধন আপোনাৰ নতুন প্ৰেমিকৰ বাবে খৰচ কৰাটো ভুল, কিন্তু কৰ্তাসকলে এইটো কৰে, মানুহ। আমি আপোনাক কওঁ যে উৰ্ফিয়ে এই লক্ষ্য অভিনেত্ৰী চাহাত খান্নাক লক্ষ্য কৰি লৈছে।
সহস্ৰাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ শোভাযাত্ৰাত অংশ গ্ৰহণ।১০০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ অভয়াপুৰীত বিশাল “ত্ৰিৰংগা যাত্ৰা”।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বঙাইগাঁও জিলাৰ উদ্যোগত আৰু অভয়াপুৰী আঞ্চলিকৰ সহযোগত এই “ত্ৰিৰংগা যাত্ৰা”।
“আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে বঙাইগাঁও জিলাৰ অভয়াপুৰীত ১০০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ মংগলবাৰে এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হয়।দেশৰ ৭৬ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি “আজাদী কা অমৃত মহোৎসৱ”ৰ অংশ হিচাপে অভয়াপুৰীৰ ৰাস পথাৰৰ পৰা শুভাৰম্ভ কৰা শোভাযাত্ৰা অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মুখত সমাপ্ত হয়।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ-বীৰাংগনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।
বিশ্বাস মতে এনে কৰিলে ৰুগীয়াৰ বেমাৰ আজাৰ আদি ভাল হয়,আখৈবোৰক পবিত্ৰ বুলি গন্য কৰা হয়। এতে এটা কথা সহজে অনুমেয় যে ধৰ্মান্তৰিত হোৱা দেশী সকলোৰ মাজত নতুন ধৰ্মৰ এটা পৰ্বক জনপ্ৰিয় কৰাৰ বাবে ধৰ্ম প্ৰচাৰক সকলে পুৰ্বৰ ধৰ্মৰ নৃত্যৰ ধাৰাটো একে ৰাখি কাৰবালাৰ কৰুণ কাহিনী গোৱাৰ মাজেদি ধৰ্ম চৰ্চ্চা লগতে নিজ পৰম্পৰা অক্ষুন্ন ৰাখি মহৰম পালন কৰে।
এটা কথা সঁচা যে_ ধৰ্ময়ে যিদৰে সংস্কৃতিক প্ৰভাৱিত কৰে, সংস্কৃতিও ধৰ্মক প্ৰভাৱিত কৰে। ধৰ্মৰ নামত সংস্কৃতিক পাহৰি যোৱা উচিত নহয়। নিজৰ সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিও ধৰ্ম কৰিব পাৰি। আৰু এই মহৰম উৎসৱ তাৰেই নিদৰ্শন।
উল্লেখ যে তেওঁ মহিলা অভিনেত্ৰীৰূপে অভিনয় কৰা নাটক কেইখন হল টেটোন তামুলী, মুনকাৰ,কল্লোল,পৰশুৰাম,কণৌজ কুঁৱৰী ৷ তেওঁ বলিষ্ঠ অভিনয়ৰে ভ্ৰাম্যমাণত অভিনয় কৰা নাটক সমূহ আছিল (শ্ৰী গুৰু থিয়েটাৰ) সুভাষ বসু,মানুহ,বসুন্ধৰা,বকুল গঘুলি হল,বন্দে মাতৰম,৷ আনহাতে নৱাৰুণ থিয়েটাৰত নিলাজ দেৱতা,অপৰাজিতা,প্ৰিয়া মোৰ প্ৰেয়সী,বিশ্বাস ঘাটক, ইফালে এই গৰাকী সুৰ্দশন অভিনেতাই অসমীয়া ভাওনাত অভিনয় কৰা নাট সমূহ হল- ভক্ত প্ৰহ্লাদ,ভক্ত কুৱলাছ,ত্ৰিপুৰাসুৰ বধ,গয়া সুৰৰ তীৰ্থযাত্ৰা,সীতাৰ সয়ম্বৰ,দেৱযজ্ঞ,যমনগৰত জীয়া মানুহ,বালি সুগ্ৰীৱৰ যুদ্ধ আদিৰ ওপৰি প্ৰায় শতাধিক নাটত সুন্দৰ অভিনয়ৰে দৰ্শক ৰাইজৰ মনত বিশেষ বিষ্টাৰ কৰিবলৈ সক্ষম হৈছিল ৷
বৃহত্তৰ বেবেজীয়া অঞ্চলটিত সমাজৰ বিভিন্ন কামৰ লগত জড়িত হোবাৰ ওপৰি আমৃত্যু পৰ্যন্ত অভিনয় অব্যাহত ৰখা প্ৰদীপ শৰ্মাই ১৯৯২ চনত বীভা ভট্টাচাৰ্যৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিলি ৷ নাট্যকাৰ,অভিনেতা, সমাজসেৱক প্ৰদীপ শৰ্মাই বেবেজীয়া অঞ্চলৰ বিভিন্ন অনুষ্ঠানত বিনা পাৰিশ্ৰমিকৰে কন-কন শিশু সকলৰ লগতে অন্যান্য সকলকো অভিনয় শিকোবাৰ লগতে বহুকেইখন নাট পৰিচালনা কৰি আহিছে ৷ যোৱা দুটাকৈ বছৰে বেবেজীয়াৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা “ৰদঘাই বেবেজীয়া” শীৰ্ষক অনুষ্ঠানটিৰ সভাপতিত্বৰ দৰে গুৰু দায়িত্বত সুন্দৰ এক নাট্যানুষ্ঠানৰ জন্ম দিয়া ক্ষেত্ৰতো এই শিল্পী গৰাকীয়ে বিশেষ ভুমিকা বহন কৰিছিল ৷
শিল্পী গৰাকীয়ে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰলৈ অনেক অৱদান আগবঢ়াই অহাৰ বাবেই যোৱা বছৰ তেওঁ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন লাভ কৰি সমগ্ৰ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ এই গৰাকী নিষ্ঠাবান অভিনেতা,নাট্যকাৰ,সমাজসেৱক,বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত উতঃপুতঃ ভাৱে জড়িত ব্যক্তি জনৰ মৃত্যুত সমগ্ৰ বেবেজীয়া-নগাঁৱতে শোকৰ ছাঁ পৰিছে ৷ বিশেষকৈ তেখেতৰ মৃত্যুত বেবেজীয়াৰ বহু অনুষ্ঠানৰ এক অপূৰণীয় ক্ষতি হল ৷
দৰাচলতে বেবেজীয়াৰ বহু সাংস্কৃতিক সামাজিক অনুষ্ঠানে এজন অভিভাৱক হেৰুৱালে বুলি তেওঁৰ লগত জড়িত বহুলোকে দুখ প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত পত্নী,এগৰাকী বিবাহিত জীয়ৰী-জোৱাই,পুত্ৰ বোৱাৰী সহ চাৰি জন ভাতৃক ইহ সংসাৰত এৰি থৈ যায় ৷
তেখেতৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা,ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,সংগ্ৰামী নেতা দেৱ কুমাৰ বৰা,জিলা সাংস্কৃতিক মঞ্চৰ বিষয়া মুনিন্দ্ৰ গোস্বামীকে প্ৰমুখ্যে কৰি বহু ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷