সুস্বাদু দেশীয় ফল হিচাপে মধুৰীআমৰ বহু জনপ্রিয় ফল। বিশেষকৈ গছত পকা মধুৰীআম হলে তো কথাই নাই । সকলোৰে সাংঘাটিক পছন্দৰ এটি ফল মধুৰীআম । পছন্দৰ হলেও বতৰত প্ৰতিদিনে কোনেও মধুৰীআম নাখায়। কিন্তু আপুনি জানেনে , প্ৰতিদিনে মাত্র এটা মধুৰীআমে আপোনাৰ নানা ধৰণৰ শাৰীৰিক সমস্যা খুব সহজেই দূৰ কৰি দিব পাৰে। আহক জানি লও দিনে মাত্র এটা মধুৰীআম খোৱাৰ অসাধাৰণ সুফল।
মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য উন্নয়ন আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ পশু পালন বিভাগৰ পৰিচালনাৰে বেজেৰা উন্নয়ন খণ্ডৰ অন্তর্গত ৭ খন গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ সদস্য সকলৰ দ্বিতীয়টো দল আজি বুধবাৰে উন্নত প্রশিক্ষণৰ বাবে চতিয়া সমষ্টিৰ কন্যাকা কৃষি পামলৈ পঠিওৱা হয়। মান্দাকাটা গাঁও পঞ্চায়তৰপৰা প্ৰেৰণ কৰা এই দলটোত ৫০ গৰাকী সদস্য প্ৰেৰণ কৰা হয় ৷
অজয় দেৱগন, সোনাক্ষী সিনহা, শৰদ কেলকাৰ আৰু নোৰা ফাতেহী অভিনীত ‘ভুজ: দ্য প্ৰাইড অফ ইণ্ডিয়া’ ডিজনী প্লাছ হটষ্টাৰত চাব পাৰি। চলচ্চিত্ৰখন ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ ওপৰত আধাৰিত।
উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক
বিকি কৌশলৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ ২০১৬ চনত মুক্তি লাভ কৰিছিল। মানুহে চিনেমাখন বহুত ভাল পাইছিল।
দ্য লেজেণ্ড অৱ ভগত সিং ভগত সিঙৰ জীৱনৰ ওপৰত নিৰ্মিত এই চলচ্চিত্ৰখন ২০০২ চনত মুক্তি লাভ কৰিছিল। পৰিচালক ৰাজকুমাৰ সন্তোষীৰ এই ছবিখনত অজয় দেৱগানে ভাগসিঙৰ চৰিত্ৰত অভিনয় কৰিছিল।
মঙ্গল পাণ্ডে: দ্য ৰাইজিং
আমিৰ খান, আমিশা পেটেল আৰু ৰাণী মুখাৰ্জী অভিনীত ‘মঙ্গল পাণ্ডে’ এখন মহান চলচ্চিত্ৰ। ইয়াৰ কাহিনী ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ জীৱনৰ ওপৰত আধাৰিত। আমিৰ খান মঙ্গল পাণ্ডেৰ চৰিত্ৰত বহুত আছে।