ৰাইজৰ বাৰ্তা

অলিম্পিকৰ গেম ভিলেজত ক’ভিডৰ আতংক

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী থকা অৱস্থাত টকিঅ’ অলিম্পিকৰ গেম ভিলেজত ক’ভিড–১৯এ আতংকৰ সৃষ্টি কৰিছে৷ স্থানীয় উদ্যোক্তা কমিটীয়ে  প্রকাশ...

বিধায়কৰ কাম কেৱল আইন প্ৰণয়ন নহয়, চৰকাৰক নিয়ন্ত্ৰণ কৰে বিধায়কে : মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে

বৃহস্পতিবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰে বিধায়ক তথা দলটোৰ সভাপতি অখিল গগৈয়ে।  সভাপতি হিচাপে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বিশেষ মন্তব্য...

ৰাজ্যিক কেবিনেটত লোৱা কিছুমান গুৰুত্বপুৰ্ণ সিদ্ধান্ত

৮জুলাই, বৃহস্পতিবাৰে জনতা ভৱনত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সংবাদমেল সম্বোধন। মন্ত্ৰী গৰাকীয়ে বাখ্যা কৰা কেবিনেটৰ সিদ্ধান্ত সমূহ ক্ৰমান্নয়ে-• নিবনুৱা যুৱক যুৱতী সকলৰ সুবিধাৰ্থে নিয়োগ...

ওৰাঙত পত্নীক মৰিয়াই মৰিয়াই হত্যা : হত্যাকাৰী স্বামীক শ্মশানৰ পৰা গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ

এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ওৰাঙত ।ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱা গাওঁত সংগঠিত হৈছে এই জঘন্য কান্ড । পাষাণ স্বামীয়ে নিজৰ পত্নীক...

বকোৰ মন্দিৰাত জলজলী নৈত পৰি শিশু সন্ধানহীন

কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মন্দিৰা এনছি গাঁৱত আজি এগৰাকী শিশু নৈত পৰি সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব...

Popular