ৰাইজৰ বাৰ্তা

আজিৰ পৰা সাৱধান : আজিৰে পৰা কাৰ্ফিউ চলি থকাৰ সময়ত সান্ধ্য ভ্ৰমণলৈ নোলাব

গুৱাহাটীত অধিক কঠোৰ হ'ব আৰক্ষী। সান্ধ্য আইন চলি থকা সময়ত যিসকলে সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব জিলা প্ৰশাসন। কঠোৰ হ’ব সান্ধ্য আইনৰ...

মোদী মন্ত্ৰীসভাত ১১ গৰাকী মহিলা শক্তি : নতুনকৈ অন্তৰ্ভূক্ত হৈছে ৭ গৰাকী মহিলা মন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভূক্ত হৈছে ৭ গৰাকী মহিলা মন্ত্ৰী।মোদীৰ মন্ত্ৰী সভাত মহিলা মন্ত্ৰীৰ সংখ্যা হ'লগৈ ১১ গৰাকী।নতুনকৈ মন্ত্ৰী হোৱা মহিলা মন্ত্ৰীৰ ভিতৰত...

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ সোণাৰিৰ চেংগিজ হাছানৰ

নিজৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে সদ্য প্ৰকাশিত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১ ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে সোণাৰিৰ এগৰাকী ছাত্ৰ। এটা কণীৰ খোলাত...

গোলাঘাটৰ এগৰাকী ব্যৱসায়ীৰ সুকীয়া পদক্ষেপ

ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ এজন ব্যৱসায়ীয়ে আগবঢ়াইছে সুকীয়া সুবিধা ।  ক'ভিডৰ দুয়োটা পালি প্ৰতিষেধক  গ্ৰহণ কৰা লোকৰ বাবে এই বিশেষ সুবিধা । ...

মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰসহ ৬ অবৈধ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত নিতৌ ধৰা পৰিছে নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ লগত...

Popular