Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

দৰঙৰ গৌৰী শংকৰ কলিতাই ৬০ দিন খোজকাঢ়ি দিল্লীত উপস্থিত হৈ গৃহ ভূমিলৈ যাত্ৰা

দৰং  দৰঙৰ এজন প্ৰকৃতিপ্ৰেমী যুৱক৷ নাম গৌৰী শংকৰ কলিতা৷ ছিপাঝাৰ সমষ্টিৰ ভেৰুৱাদল গাঁৱৰ গৌৰী শংকৰ কলিতাই জিলাখনত বহুদিনৰ পৰা ৰোপন কৰি আহিছিল বিভিন্ন প্ৰজাতিৰ গছপুলি৷ প্ৰকৃতিৰ স’তে সহবাস কৰা যুৱকজনে প্ৰকৃতি সুৰক্ষা, বিশ্ব ভাতৃত্ববোধ আৰু
Read More...

শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, খাদী মাস্ক বিতৰণ ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ…

শিৱসাগৰ  ক’ভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এই মন্তব্য ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ। মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকসকলৰ মাজত
Read More...

জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়া কাৰ্যালয়ত লাইনমেন আৰু সহায়কৰ অভাৱ

জামুগুৰিহাট জৰুৰী সেৱাসমূহৰ ভিতৰত বিদ্যুৎ সেৱাও অন্যতম৷ কিন্তু সেই সেৱাৰ লগত জড়িত লোকৰ সংখ্যা যেতিয়া বিভাগটোত তাকৰ হয়, তেতিয়াই দেখা দিয়ে যথেষ্ট সমস্যাৰ৷ তেনে এটি কাৰ্যালয়েই হৈছে জামুগুৰিহাটৰ জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ
Read More...

ধলাইবিলত পথ দুৰ্ঘটনাত দুজন যুৱক আহত

জামুগুৰিহাট  তলাবন্ধ অব্যাহত থকাৰ মাজতে নদুৱাৰৰ অন্তৰ্গত  ধলাইবিলত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যুৱক। শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী নিবেশৰ অন্তৰ্গত ধলাইবিলত সংঘটিত পথ দুৰ্ঘটনাটোত ধলাইবিলৰ বৰমতা গাঁৱৰ
Read More...

হোজাইত বহিঃৰাজ্যৰ পৰা অহা লোকক ২৮ দিন গৃহ কোৱাৰেণ্টাইন

লংকা  সমগ্ৰ দেশতে মঙলবাৰৰ পৰা চলাচল আৰম্ভ হোৱা শ্ৰমিক ৰে’লসমূহ হোজাই জিলাত উপস্থিত হোৱাৰ পিছত ল’বলগীয়া পদক্ষেপৰ বিষয়ে হোজাই  উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলাখনৰ সমূহ ৰে’ল ষ্টেচনত  যাতায়াতৰ সকলো পথ
Read More...

বিশ্ব ধাত্ৰী দিৱসত চেলেংহাট হেলথ ক্লাবৰ ব্যতিক্ৰমী প্ৰয়াস : মানৱ সেৱাত ব্ৰতি থকা নাৰ্চৰ জীৱনৰ লগত…

টীয়ক নিজৰ জীৱনৰ অধিক সময় যি আনৰ বাবে কটায়েই সুখী হয়, যি নিজৰ জীৱনটো আনৰ বিপদত সেৱা কৰি  জীপাল হয় সেয়াই হ’ল ধাত্ৰী বা নাৰ্ছ ৷ নিজৰ ব্যৱস্ততাৰ প্ৰতিটো সময় আনৰ সেৱাত উৎসৰ্গিত এই বৃত্তিয়ে মানব ইতিহসত ৰাখি গৈছে এক সুকীয়া স্থান৷ হয়৷
Read More...

শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ী লোকক খাদ্য সামগ্ৰী বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও ক'ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা দেশজুৰি অব্যাহত থকা লকডাউনৰ নীতি নিৰ্দেশনাৰ বাবে সমাজৰ একাংশ লোকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। বিশেষকৈ লকডাউন আৰম্ভ হোৱা সময়ৰ পৰা শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত
Read More...

লকডাউনৰ সুবিধা লৈ নাজিৰাত বি জে পি নেতাৰ অবৈধভাৱে ব্যৱসায়িক সন্থা গঠনৰ অপচেষ্টা : ক্ষুদ্ধ সৰু-বৰ…

নাজিৰা  ক’ৰোনা মহামাৰীৰ ভয়াবহতাত আতঙ্কিত হৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ সময়তে অতি দৃষ্টিকটুভাৱে শাসনাধিষ্ঠিত বিজেপি দলৰ একাংশ নেতা পালিনেতাই নাজিৰা নগৰত গোপনে ব্যৱসায়িক সন্থা গঠন কৰাক লৈ সমগ্ৰ নগৰখনতে তীব্ৰ
Read More...

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকালৈ কলিয়াবৰত অভিযোগ-প্ৰত‍্যাভিযোগ

কলিয়াবৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশ হোৱাৰে পৰা ক’ৰোনা সংক্ৰমণৰ সমান্তৰালকৈ ইয়ো এক চৰ্চিত বিষয়টো হৈ পৰিছে। ভয়ানক দুৰ্নীতি আৰু স্বজন-তোষণৰে ৰাজনৈতিক নেতা-পালিনেতাৰ ছত্ৰছায়াত কৃষি বিভাগে প্ৰস্তুত কৰা
Read More...

স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবসৰ প্ৰস্তুতি

তিনিচুকীয়া তিনিচুকীয়া বৰগুৰিস্হিত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাঙ্গণত মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ নেতৃত্ববৃন্দৰ উপস্থিতিত সামাজিক দূৰত্ব মানি ঐতিহাসিক মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৮ সংখ্যক
Read More...