Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

স্বাৱলম্বনৰ জড়িয়তে পৰিৱৰ্তনৰ প্ৰচেষ্টা বি টি আৰ’ত

মহিলা তথা নিৱনুৱা যুৱক -যুৱতী সকলক স্বাৱলম্বনৰ জড়িয়তে বি টি আৰত পৰিৱৰ্তনৰ প্ৰচেষ্টা চলাব বি টি আৰ চৰকাৰে- ১৫জুলাইত  ওদালগুৰিত পশুপালন বিভাগৰ মহিলা সৱলীকৰণ আঁঁচনিৰ অধীনত ২০ গৰাকী হিতাধিকাৰীলৈ হাঁঁহ আৰু ছাগলী বিতৰণ কৰি এই মন্তব্য কৰে বি 
Read More...

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীৰ আৰ্থিক বৰঙণি

মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীয়ে আজি ৰাজ্য চৰকাৰৰ ক’ভিড টিকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙনি আগ বঢ়ায় । স্থানীয় গাঁওৰক্ষী বাহিনীয়ে পোৱা
Read More...

ছয়গাঁৱৰ গৰৈমাৰীত দিব্যাংগ লোকৰ মাজত এন ই এ আই ডি সংস্থাৰ খাদ্য সামগ্ৰী বিতৰণ

ক'ৰণাকালীন পৰিস্থিতিৰ বাবে সৰ্বসাধাৰণ লোকৰ জন জীৱন বিপৰ্যস্থ হৈ পৰা মূুহুৰ্তত আজি দক্ষিণ কামৰূপৰ   গৰৈমাৰীত দিব্যাংগ লোকৰ কাষত সহায়ৰ হাতলৈ থিয় দিয়ে ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এটাই ৷  ক'ৰণা মহামাৰীৰ বাবে সমাজৰ আটাইতকৈ অৱহেলিত তথা
Read More...

মৰিগাঁৱত জিলা গড়কাপ্তানি বিভাগৰ বৃক্ষ ৰোপণ অনুষ্ঠান

ভাৰতৰ স্বাধীনতা ৭৫ বছৰৰ উপলক্ষে সপ্তাহযোৰি চলাই স্বাধীনতা অমৃত মহোৎসৱ।ভাৰত চৰকাৰ নিৰ্দেশ মৰ্মে চলা এই মহোৎসৱ মৰিগাঁৱটো যোৱা ১৪ জুলাই পৰা ২১ জুলাইলৈকে আৰম্ভ কৰে।এই সময়চোৱাত মৰিগাঁও জিলাত চাৰিটা পথত দুয়োকাষে গছপুলি ৰোপণৰ ব্যবস্হা কৰে।সেই
Read More...

নলবাৰীৰ পিপলিবাৰীত আঠদিনে সন্ধানহীন এজন ছাত্ৰ

নলবাৰী জিলাৰ এগৰাকী ছাত্ৰ আজি আঠদিনে  সন্ধানহীন হৈ থকা  ঘটনাই তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ATM ত  পইছা উলিয়াবলৈ গৈ সন্ধানহীন চামতা ইডেন ভেলি একাডেমীৰ ছাত্ৰ কৰ্নব তালুকদাৰ। নলবাৰী জিলাৰ  পিপলিবাৰী গাৱঁৰ সন্ধানহীন ছাত্ৰ জনৰ  পৰিয়ালে
Read More...

পানেৰীত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত টিনপাট বিতৰণ

বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি দিন হাজিৰা কৰি খোৱা লোকক অসম বিধানসভাৰ অধ্যক্ষ, পানেৰীৰ বিধায়ক বিশ্বজিত দৈমাৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে খালিংদুৱাৰ মণ্ডল কমিটিৰ অধীনত পানেৰী বিধানসভা সমষ্টিৰ লগতে খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিজেপি
Read More...

বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ, ট্ৰাক সহ চালক আটক

শুক্ৰবাৰে পূৱতি নিশা অৰুণাচল  বান্দৰদোৱাৰ পৰা গুৱাহাটী অভিমুখী এখন আলু ভৰ্তি ট্ৰাকত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ চাৰিআলি আবকাৰী বিভাগ। জানিব পৰা মতে,পূৱতি নিশা প্ৰায় ১ মান বজাত বান্দৰদোৱাৰ পৰা অহা ডি আৰ ০১ জি
Read More...

বিশ্ব হিন্দু পৰিষদ :মাজবাট প্ৰখণ্ডৰ নতুন সমিতি গঠন

ওদালগুৰি জিলাৰ মাজবাটস্থ হনুমান মন্দিৰ প্রাংগনত ১৫জুলাইত  দিনৰ ১১:০০ বজাত বিশ্ব হিন্দু পৰিষদ মাজবাট প্ৰখণ্ডৰ  এখন সভা অনুষ্ঠিত  হয়। উক্ত সভাত সভাপতিত্ব কৰে বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি  নিপেন শৰ্মায়। সভাত পুৰণি সমিতি
Read More...

চেঙাৰ কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত। খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া…

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী দক্ষিণ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে। কাছুমাৰা-কাশিমপুৰ গাওঁৰ প্ৰায় তিনিশ পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা ভূমি জাহ গৈছে নদীৰ বুকুত। ইতিমধ্যে নদীত বিলীন হৈছে
Read More...

মৰিগাঁও কৃষি বিভাগৰ বানাক্ৰান্ত অঞ্চলৰ কৃষকক সকাহ দিয়াৰ চেষ্টা।

মৰিগাঁও জিলা খন প্ৰতি বছৰে বানত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ কৃষক সকল অধিক ক্ষতিগ্ৰস্ত হয় বানত। বছৰি বানত বুৰ গৈ কৃষি পথাৰ সমূহৰ কৃষি সমূহ বাৰে বাৰে বিধ্বস্ত কৰে বানে। ফলত জিলা খনৰ কৃষক সকল প্ৰতি বছৰে মুখামুখী হয় ধানৰ কঠিয়াৰ
Read More...